• খ্ৰীষ্টান ধৰ্মৰ যাজক-নানসকলেও প’ৰ্ণ চায়! পোপ ফ্ৰাঞ্চিছে কৰিলে এই বিস্ফোৰক মন্তব্য

    আন্তঃৰাষ্ট্ৰীয়
    খ্ৰীষ্টান ধৰ্মৰ যাজক-নানসকলেও প’ৰ্ণ চায়! পোপ ফ্ৰাঞ্চিছে কৰিলে এই বিস্ফোৰক মন্তব্য

    mso-hansi-font-family:"Times New Roman";color:#333333;mso-bidi-language:AS">ডিজিটেল
    ডেস্কঃ আপুনি প’ৰ্ণ উপভোগ কৰেনে? নিশ্চয় প’ৰ্ণগ্ৰাফীৰ সংস্পৰ্শলৈ নহাকৈ কোনো
    আধুনিক লোক বৰ্তমান নাই। আনকি খ্ৰীষ্টান ধৰ্মৰ যাজক, পাদুৰী, নানসকলেও প’ৰ্ণ চায়।

    mso-hansi-font-family:"Times New Roman";color:#333333;mso-bidi-language:AS">কেথ’লিক
    খ্ৰীষ্টান ধৰ্মৰ সৰ্বোচ্চ ব্যক্তি পোপ ফ্ৰাঞ্চিছে এই স্বীকাৰোক্তি কৰিছে। সোমবাৰে
    ৰোমৰ এটা অনুষ্ঠানত পোপে কয় যে প’ৰ্ণগ্ৰাফীয়ে মানুহৰ অত্মৰাত্মা দুৰ্বল কৰে।

    mso-hansi-font-family:"Times New Roman";color:#333333;mso-bidi-language:AS">“এইটো
    প্ৰায়ভাগ মানুহেই কৰা এটা অপকৰ্ম। আনকি পুৰোহিত-যাজক-নানসকলেও প’ৰ্ণ চায়।”- পোপে
    কয়- “প’ৰ্ণৰ দ্বাৰা আসুৰিক শক্তি মনত জন্ম হয়।”

    mso-ascii-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#333333;mso-bidi-language:AS">ভেটিকান চিটিয়ে বুধবাৰে পোপৰ এই বক্তব্য
    সামাজিক মাধ্যমত মুকলি কৰিছে। তাত কোৱা দেখা গৈছে যে সকলোকে তেওঁ অনলাইন মাধ্যমত
    খ্ৰীষ্টান ধৰ্মৰ গৌৰৱগাথা প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে।

    mso-hansi-font-family:"Times New Roman";color:#333333;mso-bidi-language:AS">তদুপৰি
    তেওঁ কেথ’লিক খ্ৰীষ্টানসকলক প্ৰত্যেকৰে ফোনৰ পৰা প’ৰ্ণগ্ৰাফীসমূহ ডিলিট কৰিবলৈ
    আহ্বান কৰিছে। কয় যে ই মানুহৰ অত্মৰাত্মা প্ৰদূষিত কৰে।

    mso-hansi-font-family:"Times New Roman";color:#333333;mso-bidi-language:AS">৮৫
    বছৰ বয়সীয়া পোপগৰাকীয়ে এই মন্তব্য কৰাৰ পাছতে বৰ্তমান ব্যাপক চৰ্চা লাভ কৰিছে।













    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-font-family:"Times New Roman";mso-bidi-theme-font:minor-bidi;
    mso-bidi-language:AS">