• আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব পাৰে ঋষি সুনাক

    আন্তঃৰাষ্ট্ৰীয়
    আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব পাৰে ঋষি সুনাক

    "Times New Roman";mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:
    AS">ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ দৌৰত শীৰ্ষস্থানত আছে ঋষি
    সুনাক। এইক্ষেত্ৰত তেওঁৰ প্ৰতিদ্বন্দী হিচাপে আছে পেন্নী মৰ্ডাণ্ট। কিন্তু
    মৰ্ডাণ্টতকৈ ভাৰতীয় বংশোদ্ভৱ সুনাকৰ সম্ভাৱনা বেছি বুলি জানিব পৰা গৈছে।



    "Times New Roman";mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:
    AS">বৰ্তমানলৈকে সুনাকে ব্ৰিটেইনৰ সংসদত ১৪২জনকৈ সাংসদৰ সমৰ্থন লাভ কৰিছে।
    প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ
    color:#2E2E2E;mso-bidi-language:AS">’ Arial;mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:Arial;
    color:#2E2E2E;mso-bidi-language:AS">বলৈ ১০০ জন সাংসদৰ সন্মতি লাগে। কিন্তু
    সুনাকৰ ১০০ জনতকৈও অধিক সাংসদৰ সমৰ্থন আছে।
    color:#2E2E2E;mso-bidi-language:AS">



    ''মই আমাৰ অৰ্থনীতিক এটা গতি দিব বিচাৰো,
    আমাৰ দলটোক
    একত্ৰিত কৰিব বিচাৰো আৰু দেশখনৰ বাবে কাম কৰিব বিচাৰো।
    ’’-
    এটা বিবৃত্তিৰ
    যোগেৰ সুনাকে এইদৰে কৈছে।



    শেহতীয়াকৈ এটা টুইটত সুনাকে প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ
    প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। টুইটটোত সুনাকে কয় যে দেশৰ সংকটৰ দিনত জনছনে
    উল্লেখ্যনীয় পদক্ষেপ লৈ আহিছিল। বিশেষকৈ ব্ৰেক্সিট
    , ভিড ভেকচিন আৰু
    ইউক্ৰেইন যু্দ্ধৰ দৰে সময়ছোৱাত জনছনৰ বাবে শাসনকালছোৱা প্ৰত্যাহ্বানজনক আছিল।
     



    mso-bidi-language:AS">'' mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:Arial;
    color:#2E2E2E;mso-bidi-language:AS">যদিও প্ৰধানমন্ত্ৰী পদৰ বাবে তেওঁ
    প্ৰতিদ্বন্দিতা কৰিব বিচৰা নাই
    color:#2E2E2E;mso-bidi-language:AS">, Arial;mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:Arial;
    color:#2E2E2E;mso-bidi-language:AS">মই বিচাৰো যে তেওঁ দেশ আৰু দেশৰ বাহিৰতো
    সামাজিক জীৱন যাপন অতিবাহিত কৰি বৰঙনি আগবঢ়াওক।
    "Times New Roman";color:#2E2E2E;mso-bidi-language:AS">’’- mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:AS">জনচনক উদ্দেশ্যি
    সুনাকে লিখে।
     



    "Times New Roman";mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:
    AS">উল্লেখ্য যে সুনাকৰ প্ৰতিদ্বন্দি পেন্নী মৰ্ডাণ্টে সুনাকতকৈ বহু পিছ পৰি আছে।
    বৰ্তমানলৈকে তেওঁ মাত্ৰ ২৯গৰাকী সাংসদৰ সমৰ্থনহে লাভ কৰিছে। যদি তেওঁ ১০০ গৰাকী
    সাংসদ লাভ কৰিব নোৱাৰে
    color:#2E2E2E;mso-bidi-language:AS">, Arial;mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:Arial;
    color:#2E2E2E;mso-bidi-language:AS">তেন্তে সোমবাৰেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত
    অধিষ্ঠিত হ
    mso-bidi-language:AS">’ "Times New Roman";mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:
    AS">ব ঋষি সুনাক।