• বয়স ৫৬ বছৰ কিন্তু দেখাত লাগে ২৫ বছৰীয়া যুৱক! কোন এইগৰাকী মডেল?

    আন্তঃৰাষ্ট্ৰীয়
    বয়স ৫৬ বছৰ কিন্তু দেখাত লাগে ২৫ বছৰীয়া যুৱক! কোন এইগৰাকী মডেল?
    ডিজিটেল ডেস্কঃ ছিংগাপুৰৰ মডেল তথা ফটোগ্ৰাফাৰ ৫৬ বছৰীয়া চুৱাণ্ডো টানে 
    (Chuando Tan)  নিজৰ চেহেৰাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। ১৯৬৬ চনত জন্মগ্ৰহণ কৰা চুৱাণ্ডো টানৰ বয়স ৫৬ বছৰ যদিও তেওঁ নিজৰ শৰীৰটো এনেদৰে গঢ়ি তুলিছে যে তেওঁৰ বয়স মানি ল’বলৈ কোনো সাজু নহয়। তেওঁক দেখাত ৫৬ বছৰৰ সলনি ২৫ বছৰীয়া যুৱক যেন লাগে। ১৯৮০ চনত মডেল হিচাপে কাম কৰিছিল চুৱাণ্ডো টানে। ৯০ দশকত তেওঁ পপ গায়কো আছিল। গায়ক জীৱনৰ পাছত চুৱাণ্ডো টানে ফটোগ্ৰাফী কৰাৰ সিদ্ধান্ত লয়।
    How a Man That Looks 20 at 50 Lives and What His Diet Is Like
    ২০১৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল যেতিয়া চীনৰ এটা সংবাদ সংস্থাই চুৱাণ্ডোৰ ওপৰত এটা বাতৰি প্ৰকাশ কৰিছিল। ২০১৯ চনত ‘প্ৰিচিয়াছ ইজ দ্য নাইট’ ছবিৰে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল চুৱাণ্ডো টানে। 

    বৰ্তমান টানৰ ইনষ্টাগ্ৰামত ১২ লাখ ফ’ল’ৱাৰ আছে আৰু এতিয়ালৈকে তেওঁ ৬০০ৰো অধিক পোষ্ট কৰিছে। টানৰ মতে তেওঁৰ শৰীৰৰ গঠন ৭০ শতাংশ খাদ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, আনহাতে মাত্ৰ ৩০ শতাংশহে ব্যায়ামৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁ ব্ৰেকফাষ্টত মাত্ৰ ২টা কুহুমৰ সৈতে ৬টা সিজোৱা কণী খায়। এগিলাচ গাখীৰ খায় আৰু কেতিয়াবা ব্ৰেকফাষ্টত জামুৰ সৈতে এভোকেডো খায়।
    52-Year-Old ChuanDo Tan sets internet on fire | Photogallery - ETimes
    দিনটো আৰম্ভ কৰিবলৈ তেওঁ ভাল পৰিমাণৰ প্ৰটিন গ্ৰহণ কৰে। কণীৰ বাহিৰেও তেওঁ দিনত কুকুৰা, গ্ৰীল কৰা শাক-পাচলি আৰু ভাতৰ লগত মাছৰ জোল খায়। ছুৱাণ্ডো টানে স্বীকাৰ কৰে যে আইচক্ৰীম তেওঁৰ দুৰ্বলতা আৰু সেয়েহে তেওঁ মাজে মাজে খায় কিন্তু দিনটোৰ প্ৰথম অংশতহে খায়। কফি আৰু চাহ পৰিহাৰ কৰে যদিও পানী যথেষ্ট পৰিমাণে খায়। চুৱাণ্ডো টানে ধূমপান নকৰে আৰু মদো স্পৰ্শ নকৰে। 

    মদ-চিগাৰেট নোখোৱা বাবেও তেওঁ এতিয়াও যুৱকৰ দৰে হৈ থাকিব পাৰিছে বুলি জনায় চুৱাণ্ডো টানে। ৰাতিৰ আহাৰত তেওঁ সতেজ সেউজীয়াৰে তৈয়াৰী চালাড খায়। সেউজীয়া চালাড খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি কয় চুৱাণ্ডো টানে। তেওঁ লগতে যে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ হ'লে স্বাস্থ্যসন্মত খাদ্য খোৱাৰ লগতে ব্যায়াম আৰু খোজ কঢ়াটো প্ৰয়োজনীয়।







    sabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://pdamagam.co.id/https://akm.sdntambung2.sch.id/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://yayasanpendidikanassalam.sch.id/smp/vendor/slot onlinelive casino onlinesabung ayam onlinesbobethttps://stechdigitalsolutions.com/https://webzsparkle.com/SABUNG AYAM ONLINELIVE CASINO ONLINESBOBET88SLOT777SV388SLOT DANACASINO ONLINESBOBET88Slot ThailandLive Casino OnlineJudi Bola OnlineMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSLIVE CASINO ONLINEslot gacorCASINO ONLINESBOBET88SLOT ZEUSSLOT777SLOT THAILANDCASINO ONLINESBOBETSV388sabung ayam sv388judi bolalive casino onlinetarung ayam sv388sbobet88live casino onlinemahjong wayspola tarungSABUNG AYAM ONLINE WALA MERONSBOBET88 SITUS JUDI BOLA ONLINELive Casino OnlineSV388 AGEN SABUNG AYAM ONLINEsabung ayam onlinelive casino onlinejudi bolaSBOBET88SBOBET88SV388 AGEN SABUNG AYAM ONLINELIVE CASINO ONLINESBOBET88SV388SLOT777marianoserra.netmarianoserra.netmarianoserra.netmarianoserra.netoptiflexcalculators.comoptiflexcalculators.comsjnworldwide.comsjnworldwide.comsjnworldwide.comsjnworldwide.comsjnworldwide.comherlindo.comherlindo.comherlindo.comherlindo.comSBOBET MIX PARLAYLIVE CASINO ONLINESBOBETSABUNG AYAM ONLINELIVE CASINO ONLINEsv388live casino onlinesv388INDOPROMAXINDOPROMAXINDOPROMAXINDOPROMAXINDOPROMAXINDOPROMAXINDOPROMAXINDOPROMAXSabung Ayam OnlineSitus Slot DanaSitus Live CasinoJudi Bola OnlineSitus Slot ThailandSLOT DEMOCASINO ONLINESBOBET88SV388sabung ayam sv388mix parlaylive casino onlinelive casino onlinelive casino onlineSV388 AGEN SABUNG AYAM ONLINESBOBET88AGEN JUDI BOLA TERPERCAYASLOT DEMO MAHJONG WAYSslot zeusslot mahjong