• নিষিদ্ধ অথচ প্ৰচলিত! কেনেদৰে চলে ব্ৰিটেইনত বেশ্যাবৃত্তি? চাও আহক সবিশেষ

    আন্তঃৰাষ্ট্ৰীয়
    নিষিদ্ধ অথচ প্ৰচলিত! কেনেদৰে চলে ব্ৰিটেইনত বেশ্যাবৃত্তি? চাও আহক সবিশেষ

    mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">ডিজিটেল ডেস্কঃ ১৯৫৬ চনৰে পৰা ব্ৰিটেইনত বেশ্যালয় খোলা নিষিদ্ধ হৈ
    আহিছে। যৌন অপৰাধ আইন অনুসৰি বেশ্যালয়সমূহক বেআইনী ঘোষণা কৰা হৈ আহিছে। কিন্তু
    তৎসত্বেও ব্ৰিটেইনত চলি আহিছে অবাধ বেশ্যাবৃত্তি।
    "Times New Roman";mso-bidi-font-family:Vrinda;color:#3E3E3E">



    mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">কিন্তু ব্ৰিটেইনলৈ ক
    "Times New Roman";mso-bidi-font-family:Vrinda;color:#3E3E3E">’ mso-ascii-font-family:"Times New Roman";mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:"Times New Roman";color:#3E3E3E">ৰ পৰা অনা হয়
    বেশ্যাবিলাকক
    Vrinda;color:#3E3E3E">? mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">কোনে চলাই এইসমূহ
    mso-bidi-font-family:Vrinda;color:#3E3E3E">? mso-ascii-font-family:"Times New Roman";mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:"Times New Roman";color:#3E3E3E">চাও আহক এই সন্দৰ্ভত এক
    প্ৰতিবেদন।
    Vrinda;color:#3E3E3E">



    mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">মূলতঃ দৰিদ্ৰ দেশসমূহৰ পৰাই নাৰী সৰবৰাহ কৰা হয়। ব্ৰিটেইনত
    তেওঁলোকক জোৰ কৰি বেশ্যাবৃত্তিত নমোৱা হয়। কেৱল সেয়াই নহয়
    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
    color:#3E3E3E">,
    mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">ক্ৰীতদাসৰ দৰে ৰখা হয় তেওঁলোকক। বছৰৰ পাছত বছৰ ধৰি অত্যাচাৰ কৰা
    হয়।
    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
    color:#3E3E3E">



    mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">শেহতীয়াকৈ ব্ৰিটেইনৰ একাধিক এনেধৰণৰ নাৰী সৰবৰাহ চক্ৰৰ সন্ধান লাভ
    কৰিছে দেশখনৰ আৰক্ষীয়ে।
    mso-bidi-font-family:Vrinda;color:#3E3E3E">



    mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">ব্ৰিটেইনৰ য়ৰ্কশ্বায়াৰৰ আৰক্ষীয়ে এই সম্পৰ্কত এটা তদন্ত চলায়।
    তদন্তৰ অন্তত আৰক্ষীয়ে কয় যে দক্ষিণ পূব এছিয়া আৰু পূব ইউৰোপৰ পৰা যুৱতীবিলাকক মন
    ভুলাই লৈ অহা হয়। তাৰ পাছত ভয়-ভাবুকি দি দেহ ব্যৱসায়ত নিয়োগ কৰা হয়।
    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
    color:#3E3E3E">



    mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">১৯ৰ পৰা ৩০ বছৰৰ যুৱতীক অগ্ৰাধিকাৰ দিয়া হয়। এটা কম খৰচী ঘৰ ভাড়াত
    বেশ্যালয় খোলা হয়। তাতে যুৱতীসকলক ক্ৰীতদাসৰ দৰে ৰখা হয়। ঘৰৰ মালিকক এই বিষয়ে একো
    অৱগত কৰা নহয়।
    Vrinda;color:#3E3E3E">



    mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">এনেধৰণৰ কেইবাটাও ঘৰত আৰক্ষীয়ে তদন্ত চলাই দেখে যে ঘৰৰ কোঠালিসমূহ
    অত্যন্ত অস্বাস্থ্যকৰ। গোটেই দিন ঘৰৰ খিৰিকী বন্ধ থাকে।
    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
    color:#3E3E3E">



    mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">আৰক্ষীয়ে কয় যে নাৰী সৰবৰাহত ভুক্তভোগী যুৱতীসকল নহয়
    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
    color:#3E3E3E">,
    mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:"Times New Roman";
    color:#3E3E3E">বৰঞ্চ এইসমূহ চলাই থকা দুষ্কৃতিকাৰীসকলক আটক কৰাহে তেওঁলোকৰ
    লক্ষ্য।