ৰাষ্ট্ৰীয়
৬ পুহ, বুধবাৰ, ইং ২২ ডিচেম্বৰ,২০২১
মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ'ব৷ শুভ সংবাদ লাভ হ'ব৷ সজাগ নহলে সামান্য মনত অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ।
বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ লগতে আজি আপুনি সজাগ নহলে পিতৃ-মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ।
মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিক্ষকসকলৰ শুভ হ'ব৷ সামাজিক কৰ্মত প্ৰতিস্থা লাভ কৰিব পাৰে৷ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ কৰিব পাৰে৷ বিবাহ প্ৰাৰ্থীসকলৰ শুভ, যদিও সজাগ নহলৈ কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব৷ কৰ্মত যশস্যা বাঢ়িব৷ মনত সামান্য খংঙ আৰু অভিমানভাৱ বৃদ্ধিৰ যোগ।
কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত আদৰ্শবাদী মনোভাৱ বাঢ়িব৷ শুভ সংবাদ লাভ হ'ব৷ কৰ্মত শুভ হ'ব লগতে প্ৰেমতো শুভ।
তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ কৰ্মক্ষত্ৰত শুভ, কৰ্মত ক্ষেত্রত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ সকলো ক্ষেত্ৰত সজাগ হোৱাটো ভাল।
বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ বন্ধু লাভ হ'ব৷ লগতে মনত আনন্দ বৃদ্ধিৰ যোগ।
ধনু ৰাশি-ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব৷ মনত আনন্দ বাঢ়িব৷ সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ৷
মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সামান্য অশান্তি ভাৱ বাঢ়িব৷ মনৰ আশা ভংগ হ'ব পাৰে৷ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল।
কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত সাহিত্য সেৱাত মনোনিবেশ হ'ব৷ সজাগ নহলে কৰ্মত সামান্য জতিলতা আহিব পাৰে৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ।
মীন ৰাশি - মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যয় বৃদ্ধই৷ সজাগ নহলে সামান্য মনোমালিন্য হ'ব পাৰে৷ জ্যেষ্ঠ জনৰ উপদেশ মানি চলক।
Leave A Comment