ৰাষ্ট্ৰীয়
৫ পুহ, মঙলবাৰ, ইং ২১ ডিচেম্বৰ
১. মেষ ৰাশি (অ,ল) : মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামান্য জটিলতাৰ মাজেৰে কৰ্মবোৰ সমাপন হ'ব ,নতুনকৈ কৰ্মত যোগাযোগ হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি( উ,ব,ই) : বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মকৌশল আয়ত্ব হ'ব,কৰ্মত সাহস বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য অৰ্থৰ ক্ষতি হোৱাৰ যোগ দেখা যায় ।
৩. মিথুন ৰাশি ( ক,ছ) : মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভকৰ্মলৈ মনোনিবেশ হ'ব, কৰ্ম মৰ্য্যদা লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা য়ায।
৪. কৰ্কট ৰাশি( ড,হ) : কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, আৰ্থিক দিশত যোগাযোগ হ'ব, লগতে কৰ্মত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) : সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, ঋণ আদায় হ'ব পাৰে, যদিও আজি আপুনি খৰছৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
৬. কন্যা ৰাশি (প,ঠ) : কন্যাৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সৃষ্টিশীল কৰ্মত মনোনিবেশ হ'ব৷ লগতে কন্যাৰ বন্ধুৰ সান্নিধ্য লাভ কৰিব৷ কন্যাৰ লোকসকলে আজি আপোনাৰ কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, আয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতাৰ সন্মুখীন হ'ব পাৰে ।
৮. বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৯. ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হ'ব লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সখলৰ শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পালে লগতে শত্ৰুৰ পৰা সাৱধান হ'ব।
১১. কুম্ভ ৰাশি(গ,শ,স): কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ভ্ৰমণত সফল হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য অপমানিত হ'ব পাৰে লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি( দ,চ) : মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব, মনত সুখ বাঢ়িব যদিও আজি আপোনাৰ কৰ্মত সামান্য সাহস কম হোৱাৰ যোগ দেখা যায়।
Leave A Comment