ক্ৰীড়া
১ ডিচেম্বৰ, ২০২১, বুধবাৰ
মেষ ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ ৷ শুভবাৰ্তা লাভ ৷ বহুতো ব্যক্তিৰ সৈতে সংযোগ স্থাপন হʼব ৷ আপুনি আজি আপোনাৰ ধন অতি সাৱধানে ব্যয় কৰিব, যি আপোনাৰ বিত্তীয় পৰিস্থিতি শক্তিশালী কৰিব।
বৃষ ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ দিনটো কিছু কঠিন হ’ব ৷ সজাগ আৰু সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷
মিথুন ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ দিনটো শুভ ৷ আপোনাৰ ব্যৱসায়িক খ্যাতি বৃদ্ধি হ’ব ৷ লক্ষ্যত সফল হ’ব৷ প্ৰেমিক সকলে আজি তেওঁলোকৰ সংগীৰ পৰা এটা উপহাৰ পাব পাৰে।
কৰ্কট ৰাশি : এইৰাশিৰ জাতক-জাতিকাই আজি স্বাস্থ্যৰ যতন লওক ৷ চাকৰিয়াল সকলৰ বাবে সন্মানৰ দিন হ’ব ৷ বন্ধু-বৰ্গৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰীক্ষাত শিক্ষাৰ্থীসকলে কৰা প্ৰচেষ্টা সাৰ্থক হ’ব।
সিংহ ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব ৷ অৱশ্যে পৰিয়ালৰ সদস্যসকলৰ লগত মন নিমিলিবও পাৰে ৷ আৰ্থিক লাভৰ যোগ ৷ পৰিয়ালৰ বিবাহযোগ্য সদস্য এজনৰ বাবে এক উত্তম সুযোগ আহিব পাৰে৷
কন্যা ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ জীৱনত কিছু পৰিৱৰ্তন আহিব ৷ মানসিক আৰু শাৰীৰিকভাৱে হতাশাত ভুগিব পাৰে ৷
তুলা ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক শুভ ৷ প্ৰেমত শুভ ৷ নিজৰ কৰ্ম বা ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ ৰাজনীতিৰ দিশত কাম কৰা সকলৰ বাবে আজিৰ দিনটো এক ভাল দিন হ’ব।
বৃশ্চিক ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ ৷ আয় বৃদ্ধি ৷ দুপৰীয়াৰ পিছত আপুনি খঙাল আৰু আক্ৰমাণাত্মক হোৱাৰ সম্ভাৱনা আছে ৷ বন্ধুবৰ্গৰ সৈতে বিবাদ হ’ব পাৰে ৷ মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷
ধনু ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটেত মানসিক অশান্তি হ’ব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ কঠোৰ কাৰ্য সহজতে কৰি সফলতা লাভ কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ আপুনি আজি কাৰোবাৰ পৰা সন্মান লাভ কৰিব।
মকৰ ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো এক মিশ্ৰিত দিন ৷ লক্ষ্যত প্ৰায় সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ নতুনকৈ কৰ্ম আৰম্ভ কৰিব পাৰে ৷ চাকৰিয়াল সকলে তেওঁলোকৰ কামৰ ক্ষেত্ৰত আকাংক্ষিত কামৰ অভাৱৰ বাবে আজি অসুবিধাৰ সন্মুখীন হ’ব পাৰে। প্ৰেমত শুভ ৷
কুম্ভ ৰাশি : এইৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ মন পচন্দৰ কাৰ্যই আনন্দিত কৰি তুলিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব লাভ৷ আপুনি আজি কাৰোবাৰ পৰা সন্মান পাব।
মীন ৰাশি : এইৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত নিজৰ ওপৰত ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷ অৱশ্যে যুক্তিৰে সকলো কথা বিবেচনা কৰাটো প্ৰয়োজন ৷ আজি আপোনাৰ বাবে সন্মানৰ দিন হ’ব।
Leave A Comment