ৰাষ্ট্ৰীয়
শনিবাৰ, ২৫ ডিচেম্বৰ, ২০২১
মেষ ৰাশি - এই ৰাশিৰ জাতক-জাতিকাৰ এক আত্মবিশ্বাসৰ দিন হ’ব। আজি আপুনি ব্যৱসায়ৰ সন্দৰ্ভত ভ্ৰমণ কৰিব লাগিব পাৰে৷ আপুনি আজি ব্যৱসায়ত লাভ কৰি সুখী হ’ব। আজি আপোনাৰ এজন বন্ধুৱে আপোনাক টকা বিচাৰিব পাৰে।
বৃষ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মধ্যমীয়া ৷ মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্যৰ যতন লওঁক ৷
মিথুন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটো যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ দিনটো খেলিমেলি হʼব পাৰে ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
কৰ্কট ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মধ্যমীয়া ৷ বিশ্ৰাম লওঁক ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
সিংহ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায়ত সফল, ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷
কন্যা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত খং-ৰাগ পৰিহাৰ কৰক ৷ অহং ভাৱ পৰিহাৰ কৰক ৷ খৰচ বৃদ্ধি ৷
তুলা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
বৃশ্চিক ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো প্ৰায় শুভ ৷ প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ প্ৰেমত শুভ ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷
ধনু ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত কর্মত ব্যস্ততা বৃদ্ধি ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব পাৰে ৷
মকৰ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ চৰকাৰী নথি-পত্ৰত সুস্থিৰে পঢ়ি চহী কৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কুম্ভ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটো পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ সদস্যৰ ভালদৰে যত্ন লওক ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
মীন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কৰ্ম কৰক ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফলতা লাভ কৰিব ৷
Leave A Comment