• ৰাশিফলত আজি আপোনাৰ ভাগ্যই কি কয় জানো আহক

    জীৱন শৈলী
    ৰাশিফলত আজি আপোনাৰ ভাগ্যই কি কয় জানো আহক

    ৫ ডিচেম্বৰ,২০২১





    ১. মেষ ৰাশি (অ,ল)- মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো বিদ্যাৰ্থীসকলৰ শুভ হ'ব, শত্ৰু জয় হ'ব। আৰ্থিক দিশত শুভ হ'ব লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।





    ২. বৃষ ৰাশি(উ,ব,ই)- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাব পাৰে লগতে আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।





    ৩. মিথুন ৰাশি (ক,ছ)- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হ'ব, আৰ্থিক দিশত শুভ হ'ব, কৰ্মত ক্ষেত্ৰত সন্মান বাঢ়িব যদিও আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।





    ৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কত ৰাশিৰ জাতক-জাতিকাসকল আজি মনৰ আশা পুৰণ হ'ব। প্ৰেমত শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।





    ৫. সিংহ ৰাশিৰ (ম,ট)- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আগ্ৰহ বাঢ়িব, কৰ্মত জনপ্ৰিয়তা বাঢ়িব, লগতে আজি আপোনাৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।





    ৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ সুখ লাভ হ'ব। আত্মীয় পৰিয়ালক আজি সময় দিব পাৰিব। কৰ্মত শুভ হ'ব, লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।





    ৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জনপ্ৰিয়তা বাঢ়িব লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ পাব যদিও সজাগ নহ'লে সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়‌।





    ৮. বৃশ্চিক ৰাশি (ন,য)- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামান্য মনত চিন্তা বাঢ়িব,যদিও আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব লগতে আজি আপুনি সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায় ।





    ৯. ধনু ৰাশি (ধ,ভ)-ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত শুভকৰ্মলৈ আজি নিমন্ত্ৰণ পাব পাৰে যদিও আজি আপুনি কৰ্মত সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।





    ১০. মকৰ ৰাশি (খ,জ)- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, বিবাদ নিস্পত্তি হোৱাৰ সুযোগ পাব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি যোগ দেখা যায়।





    ১১. কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম পৰিবৰ্তন হ'ব পাৰে, কৰ্মত ক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে, লগতে আপুনি যান-বাহনৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।





    ১২. মীন ৰাশি(দ,চ)- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত মধ্যম হ'ব লগতে আজি আপোনাৰ কৰ্মত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।