ৰাষ্ট্ৰীয়
২৮ আঘোণ, বুধবাৰ, ইং ১৫ ডিচেম্বৰ, ২০২১
মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বৃদ্ধি৷ প্ৰেমত শুভ৷ কৰ্মত শুভ।
বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সাৱধান হ'ব৷ কৰ্মত সামান্য জতিলতা বৃদ্ধি।
মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক দিশত শুভ৷ সজাগ নহলে বন্ধুৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
সিংহ ৰাশিৰ- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ৷ প্ৰেমত শুভ৷ লগতে উকীলসকলৰ কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হ'ব৷ সজাগ নহলে মনৰ আনন্দ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।
তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত শুভ হ'ব৷ আৰ্থিক দিশত শুভ হ'ব লগতে আজি সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে৷ সজাগ নহলে সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ শুভ, কৰ্মত শুভ হ'ব৷ ব্যৱসায়িক দিশত শুভ যোগ।
মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সজাগ নহলে কৰ্মত ক্ষেত্ৰত সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।
কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত আৰ্থিক দিশত শুভ৷ পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।
মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত সামান্য জতিলতা বাঢ়িব পাৰে৷ সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Leave A Comment