• ১১ নৱেম্বৰ! দিনটো কেনে যাব চাওঁ আহক

    জীৱন শৈলী
    ১১ নৱেম্বৰ! দিনটো কেনে যাব চাওঁ আহক
    ১১/১১/২০২৪, সোমবাৰ

    মেষ: ভাতৃৰ পৰা আপুনি সহায় লাভ কৰিব।ব্যৱসায়ত মধ্যম। বিদ্যার্থীসকলৰ মধ্যম। কোনো কামত সফলতা লাভৰ যোগ।সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ আছে।

    বৃষঃ শত্ৰুৰ পৰা আজি আপুনি সাৱধান থাকিব। সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ আছে। বিদ্যার্থীসকলৰ শুভ। ভ্রমণত বাধা।স্বাস্থ্য ভালেৰে যাব।

    মিথুন:  নতুন বন্ধু লাভ হোৱাৰ সম্ভাৱনা আছে। কর্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ।হাতলৈ ধন আহিব। প্রেমত শুভ। ব্যৱসায়ত মধ্যম।

    কর্কট: নানা অভাৱে আপোনাক অশান্তি দিব। উচ্চ ব্যক্তিৰ লগত আপোনাৰ বন্ধুত্ব হ'ব পাৰে। ভ্ৰমণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ। ব্যৱসায়ীৰ শুভ। বিদ্যার্থীসকলৰ শুভ।


    সিংহ: মনৰ প্রফুল্লতাৰে আজিৰ দিনটো পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ অধ্যয়নৰ প্রতি আগ্রহ বাঢ়িব। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। প্ৰেমত মধ্যম।


    কন্যা: সম্পত্তি লাভৰ যোগ। বাক্-বিতণ্ডাৰ পৰা আপুনি আঁতৰি থাকক। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ প্রতি যত্ন লোৱা উচিত। প্রেমত মধ্যম।

    তুলা: আর্থিক দিশত আজিৰ দিনটো শুভ। নানা দিশৰ পৰা আজি আপুনি সুযোগ-সুবিধা পাব।ভ্রমণত বাধা। স্বাস্থ্য ভালেৰে যাব। বাক্-বিতণ্ডাৰ পৰা আঁতৰি থাকক। ভ্ৰমণৰ যোগ আছে।

    বৃশ্চিক: সাধনাত সিদ্ধি লাভ কৰিব। আনৰ পৰা প্রশংসা লাভ কৰিব পাৰে। পুৰণি বন্ধু তথা সহকৰ্মীৰ পৰা সহায় লাভ। নতুন কাম আৰম্ভ কৰিব পাৰে।

    ধনু: আপোনাৰ স্বাস্থ্য ভালেৰে যাব। সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ আছে যোগাযোগৰ ক্ষেত্রত বাধা পাব। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

    মকৰ: শাৰীৰিকভাৱে আপুনি সুখী থাকিব কাৰণ আপোনাৰ স্বাস্থ্য একদম ঠিকে থাকিব। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ'ব। ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীসকলৰ মধ্যম। প্ৰেমত মধুৰতা। আর্থিকভাবে সবল হ'ব।

    কুম্ভ: দিনটো আনন্দত যাব। কাৰোবাক লগ পাই বহুত সুখী হ'ব। কোনো সিদ্ধান্ত ভাবি-চিন্তি ল'ব। কোনো নতুন পৰিকল্পনা কৰিলে তাক গোপনে ৰখাৰ যত্ন কৰিব। বাক্-বিতণ্ডাৰ পৰা আপুনি আঁতৰি থাকক। সন্মান লাভৰ যোগ। 

    মীন: মনোবাঞ্ছা পূৰ্ণ হ'ব। ক্রীড়াক্ষেত্রত সুনাম প্রাপ্তি। নিজৰ বাক্‌পটুতাৰে বিৰোধীক পৰাস্ত কৰিব পাৰিব। ভৱিষ্যতৰ বাবে আর্থিক পৰিকল্পনা আৰম্ভ কৰিব পাৰে।