• আহাৰ গ্ৰহণৰ পাছত কেতিয়াও গা ধোৱাৰ ভুল নকৰিব, ই স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে

    জীৱন শৈলী
    আহাৰ গ্ৰহণৰ পাছত কেতিয়াও গা ধোৱাৰ ভুল নকৰিব, ই স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে

    ডিজিটেল
    ডেস্কঃ এইটো গ্ৰীষ্মকাল, বৰ্ধিত তাপমাত্ৰাৰ বাবে বেছিভাগ লোকে তিনিৰ পৰা চাৰিবাৰ গা
    ধুৱে। এনে পৰিস্থিতিত কিছু লোকে ভুল কৰে যিবোৰ সাধাৰণতে কৰিব নালাগে। বহু লোক আছে যি
    খোৱাৰ পিছত গা ধোৱাৰ অভ্যাস কৰে। কিন্তু ই অতি বিপজ্জনক হ'ব পাৰে। ইয়াৰ ফলত ওজন বৃদ্ধিৰ
    লগতে এচিডিটি বা কোষ্ঠকাঠিন্যৰ সমস্যা সন্মুখীন হ'ব পাৰে।



     ১.
    আহাৰ খোৱাৰ পিছত গা ধুব নালাগে-



    ৰাতিপুৱাৰ
    আহাৰ হওঁক বা ৰাতিৰ আহাৰেই হওঁক, আহাৰৰ গ্ৰহণৰ পাছত গা ধুব নালাগে। এনে কৰাৰ দ্বাৰা
    কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে। দৰাচলতে গা ধোৱাৰ পাছত শৰীৰৰ তাপমাত্ৰা বৃদ্ধি হয়,
    যাৰ ফলত খাদ্য সঠিকভাৱে হজম নহয়।



     ২.
    আহাৰৰ গ্ৰহণ পাছত কেতিয়াও ফল নাখাব-



    বেছিভাগ
    লোকে আহাৰ খোৱাৰ পিছত ফল খায়। প্ৰকৃততে এনে কৰিলে আপোনাৰ এচিডিটি হ'ব পাৰে।



     ৩.
    আহাৰ গ্ৰহণৰ পাছত ধূমপান নকৰিব-



    আপুনি
    হয়তো লক্ষ্য কৰিছে যে কিছু লোকৰ খোৱাৰ পিছত ধূমপান কৰাৰ অভ্যাস আছে, কিন্তু এনে কৰা
    লোকসকলে সাৱধান হোৱা উচিত, কিয়নো এনে কৰিলে আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে।

    ৪.
    খোৱাৰ লগে লগে শুই পৰা-



    কিছু
    লোকে আহাৰ গ্ৰহণৰ পাছতেই টোপনি যায়। এনে কৰাৰ ফলত শৰীৰে খাদ্য সঠিকভাৱে হজম কৰিব নোৱাৰে।
    হজম শক্তিক দুৰ্বল কৰি তোলে। গতিকে কোৱা হয় যে আপুনি আহাৰ গ্ৰহণ লগে লগে ১০-১৫ মিনিট
    খোজকাঢ়িব লাগে।