ডিজিটেল ডেস্কঃ আজি ২৪ মাৰ্চ,২০২৪, দেওবাৰ
১. মেষ ৰাশি (অ,ল)-মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত নতুন কৰ্ম লাভ কৰিব পাৰে ৷ ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে৷ প্ৰেমত মধ্যম। বন্ধুৰ সৈতে দূৰ ভ্ৰমণ। বিদ্যাত শুভ।
২. বৃষ ৰাশি( উ,ব,ই)- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হ'ব, ধন লাভ হ'ব, কিন্তু খৰচো বৃদ্ধি পাব ৷ প্ৰেমত নতুন উদ্যম ৷জুইৰ পৰা আঘাত পাব পাৰে, গতিকে সাৱধান হ’ব।
৩. মিথুন ৰাশি( ক,ছ)- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ কামত নতুন যোগোযোগৰ সম্ভাৱনা৷এলাহ ভাবৰ বাবে কৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে । হাতলৈ ধন আহিব। খৰচ কমিব।
৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে ৷ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস পাব। আলহীৰ আগমন।প্ৰেমত ভুলবুজা-বুজি। অগ্নি ভয়।
৫. সিংহ ৰাশিৰ (ম,ট)- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত শুভ হ'ব ।।খৰচ বৃদ্ধি হ’ব পাৰে৷ ধাৰাল বস্তুৰ পৰা সাৱধান।
৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷মাতৃৰ শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷ প্ৰেমত ভুল বুজা-বুজি হ’ব পাৰে। বিদ্যাত মধ্যম।
৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খং ভাৱ বাঢ়িব পাৰে, মনত সামান্য ভয় ভাৱ বৃদ্ধি হ'ব পাৰে । হাতলৈ ধন আহিব পাৰে৷ বন্ধুৰ সহযোগিতা লাভ।পুৰণি আশা পুৰণ।
৮. বৃশ্চিক ৰাশি (ন,য)- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। প্ৰেমত শুভ ।নতুন যোগাযোগ৷ দূৰ ভ্ৰমণ। চকুৰ ৰোগৰ সম্ভাৱনা।
৯. ধনু ৰাশি (ধ,ভ)- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব । দাঁতৰ ৰোগ হোৱাৰ যোগ দেখা যায়। ধন লাভ কৰিব। প্ৰেমত শুভ।
১০. মকৰ ৰাশি (খ,জ)- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব ।আনৰ প্ৰসংশা লাভ কৰাৰ যোগ দেখা যায়।পেট আৰু চকুৰ দাঁতৰ যত্ন ল’ব৷ পুৰণি বন্ধুৰ সহযোগিতা লাভ কৰিব।
১১. কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ শুভ । নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।ছালৰ ৰোগৰ আশংকা আছে৷ ধন লাভ।জুইৰ পৰা সাৱধান।
১২. মীন ৰাশি( দ,চ)- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব। খৰচ বাঢ়িব পাৰে যদিও হাতলৈ ধন অহাৰো যোগ৷ প্ৰতিভা বিকাশৰ সুযোগ পাব। পুৰণি কাম সম্পূৰ্ণ হ’ব।
Leave A Comment