• শৰীৰত পৰা বৃদ্ধি পোৱা ইউৰিক এচিড দূৰ কৰে এই ৫টা অলৌকিক পাতে, জানো আহক কি কি?

    জীৱন শৈলী
    শৰীৰত পৰা বৃদ্ধি পোৱা ইউৰিক এচিড দূৰ কৰে এই ৫টা অলৌকিক পাতে, জানো আহক কি কি?

    ডিজিটেল
    ডেস্ক :
    শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাটো
    এনেকুৱা এটা সমস্যা যাৰ বাবে আন গুৰুতৰ ৰোগ

    হোৱাৰো
    আশংকা থাকে। দৰাচলতে যেতিয়া আমাৰ শৰীৰত লেতেৰা পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে আৰু
    সেইবোৰ ওলাই
    যাব নোৱাৰে তেতিয়া ইয়াক
    ইউৰিক এচিড বৃদ্ধি বুলি কোৱা হয়। মূলতঃ ইয়াৰ বাবেই পিউৰিন নামৰ ৰাসায়নিক পদাৰ্থ
    বিধ শৰীৰত গঠন
    হ’বলৈ
    আৰম্ভ কৰাৰ লগতে ই পোনে পোনে তেজত জমা হয়। ফলত অসহ্যকৰ বিষ
    আৰু ফুলাৰ সমস্যা
    হ’বলৈ ধৰে।

    ইউৰিক
    এচিড বৃদ্ধি হ’লে চিকিৎসকৰ পৰামৰ্শ
    অনুযায়ী খোৱা-বোৱাকে
    ধৰি বহু ধৰণৰ নিয়ম মানি চলিবলগীয়া হয়।
    mso-bidi-language:BN">কিন্তু আজি আমি আপোনালোকক এনে পাঁচটা mso-bidi-language:AS">অলৌকিক পাতৰ কথা mso-bidi-language:AS">ক’, mso-bidi-language:BN">যিবোৰ আপুনি দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত mso-bidi-language:AS">কৰিও শৰীৰত বৃদ্ধি
    পোৱা ইউৰিক এচিড
    নিয়ন্ত্ৰণ কৰিব পাৰি।

    ১. mso-bidi-language:AS"> তুলসীৰ পা mso-bidi-language:AS">তঃ-তুলসীৰ পাত
    খালে বহু প্ৰকাৰৰ সংক্ৰমণ নাইকিয়া হয়। একেদৰে ইউৰিক এচিড কমোৱাতো তুলসী
    mso-bidi-language:AS"> পাত অতি mso-bidi-language:BN">উপকাৰী। আপুনি mso-bidi-language:BN"> নিয়মিতভাৱে তুলসী mso-bidi-language:AS">পাত খাই mso-bidi-language:BN">ইউৰিক এচিডৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস mso-bidi-language:AS">কৰিব পাৰে।

    mso-bidi-language:AS">. mso-bidi-language:AS">পাণপাত mso-bidi-language:AS">:-স্বাস্থ্যৰ বাবে mso-bidi-language:AS">পাণপাত অতি ফলপ্ৰসূ।
    শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিড কমোৱাতো
    পাণ mso-bidi-language:BN">পাত অতি ফলপ্ৰসূ। পাণপাতে mso-bidi-language:BN"> তেজত mso-bidi-language:AS">বৃদ্ধি পোৱা ইউৰিক এচিড mso-bidi-language:AS"> নিয়ন্ত্ৰণ কৰিব পাৰে।

    mso-bidi-language:AS">. নৰসিংহ পাত mso-bidi-language:AS">:-শৰীৰত ইউৰিক
    এচিডৰ পৰিমাণ বৃদ্ধি
    পালে mso-bidi-language:BN">খাদ্যত নৰসিংহ mso-bidi-language:BN"> পাতো ব্যৱহাৰ mso-bidi-language:BN"> mso-bidi-language:AS">ৰিব পাৰে। দৈনন্দিন
    খাদ্যত
    নৰসিংহ mso-bidi-language:BN">পাত অন্তৰ্ভুক্ত কৰি তেজত জমা হোৱা ইউৰিক এচিড mso-bidi-language:AS">হ্ৰাস কৰিব পাৰি।

    ৪.
    mso-bidi-language:BN">মেথিপাত: mso-bidi-language:BN">-ইউৰিক এচিডৰ সমস্যাত মেথিপাত অতি উপকাৰী। mso-bidi-language:AS">সেউজীয়া শাক হিচাপেও মেথিপাত mso-bidi-language:BN"> খাব পাৰে। mso-bidi-language:AS">ইয়াৰ ফলত শৰীৰত ইউৰিক
    এচিড নিয়ন্ত্ৰিত
    কৰিব পাৰি। mso-bidi-language:AS">

















    mso-bidi-language:AS">. mso-bidi-language:BN">ধনীয়াৰ পাত: mso-bidi-language:BN">-ধনীয়া পাত mso-bidi-language:BN">বহু ধৰণে mso-bidi-language:BN"> খাদ্যত ব্যৱহাৰ কৰা হয়।
    ইউৰিক এচিডৰ পৰা মুক্ত হোৱাতো এই
    ধনীয়া
    পাতে
    mso-bidi-language:BN">সহায় mso-bidi-language:AS">কৰে mso-bidi-language:AS">এই পাত সুগন্ধিযুক্ত হোৱাৰ লগতে mso-bidi-language:BN">ঔষধ হিচাপেও
    mso-bidi-language:BN">খাব পাৰে।