• আজিৰ দিনটো কেনে যাব? জানিব বিচাৰে যদি ৰাশিফল চাওক

    জীৱন শৈলী
    আজিৰ দিনটো কেনে যাব? জানিব বিচাৰে যদি ৰাশিফল চাওক

     
    ১. মেষ ৰাশি- আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷  কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ'ব। স্বাস্থ্য ভালে থাকিব।

    ২. বৃষ ৰাশি -বন্ধুৰ সৈতে মিলন হ'ব।  সংসাৰত শুভ।  শৰীৰ অসুস্থ। প্ৰেমত সন্দেহ। বিদ্যাত বাধা।

    ৩. মিথুন ৰাশি-  ভ্ৰমণ হ'ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷

    ৪. কৰ্কট ৰাশি -শুভ সংবাদ লাভ কৰিব৷ মন পচন্দৰ ভোজন লাভ কৰিব। প্ৰেমত আশা বৃদ্ধি। শৰীৰত গুৰুত্ব দিয়ক।

    ৫. সিংহ ৰাশিৰ - অফিচত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। মানসিক শান্তি ভংগ। 

    ৬. কন্যা ৰাশি - আয় বাঢ়িব৷প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। প্ৰেমত অসন্তুষ্ট।

    ৭. তুলা ৰাশি - ধন খৰচ হ'ব৷ মনৰ আশা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত সংঘাত। বন্ধুৰ সহায় লাভ।

    ৮. বৃশ্চিক ৰাশি -মনত কষ্ট পাব।  আপুনি কামক লৈ সজাগ হোৱাটো ভাল হ'ব। সন্তানক লৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ।

    ৯. ধনু ৰাশি- মানুহে প্ৰশংসা কৰিব।  দেহত বিষ হ'ব পাৰে। আলহীৰ আগমন। খৰচ বৃদ্ধি।

    ১০. মকৰ ৰাশি- আত্মীয়ৰ সৈতে মিলন। এলাহ ভাৱ দূৰ হ'ব। সন্তানক নজৰ দিয়ক। প্ৰশংসা শুনিব।

    ১১. কুম্ভ ৰাশি - সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক।  খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত দূৰত্ব।

    ১২. মীন ৰাশি- নতুন বস্তু কিনা হ'ব পাৰে। শৰীৰ-মন সুন্দৰ। নতুন প্ৰেমৰ যোগ। বিবাহৰ সংবাদ লাভ। ভ্ৰমণত শুভ।