১৯ জুন ২০২২, দেওবাৰ
১. মেষ ৰাশি- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷ কৰ্মব্যস্ততা বৃদ্ধিৰ যোগ দেখা যায়। ভ্ৰমণত শুভ। সংসাৰত শুভ।
২. বৃষ ৰাশি -বন্ধুৰ সৈতে সংঘাত। পতি-পত্নীৰ সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ অসুস্থ। প্ৰেমত জটিলতা।
৩. মিথুন ৰাশি- ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ কৰ্মত শুভ। মনৰ আশা ভংগ৷ বন্ধুৰ সৈতে সংগ উপভোগ।
৪. কৰ্কট ৰাশি -শুভ কাম লাভ কৰিব৷ উত্তম ভোজন লাভ কৰিব। প্ৰেমত হতাশা। শৰীৰ ভালে থাকিব। বিদ্যাত শুভ।
৫. সিংহ ৰাশিৰ - কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশত শুভ হ'ব। মানসিক শান্তি বাঢ়িব। প্ৰেমত শান্তি।
৬. কন্যা ৰাশি - ধন কমিব৷ মিচা অপবাদ দূৰ হ'ব। প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ চিন্তা। ভ্ৰমণত বাধা।
৭. তুলা ৰাশি - ধন সঞ্চয় হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত বিচ্ছেদৰ যোগ। পিতৃৰ মৰম লাভ।
৮. বৃশ্চিক ৰাশি - আপোনজনক লগ পাব। মনৰ আশা পূৰণ। আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ'ব। পিতৃ-মাতৃক লৈ চিন্তা।
৯. ধনু ৰাশি - আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অশুভ। প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। দাঁতৰ বিষ হ'ব। পেটৰ বিষ আঁতৰিব।
১০. মকৰ ৰাশি- বন্ধুৰ সৈতে মিলন। শৰীৰত এলাহ ভাৱ বাঢ়িব। লগতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। প্ৰেমত মৰম বৃদ্ধি।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত সন্মান বাঢ়িব৷ সজাগ নহ'লে সামান্য বুদ্ধি ভ্ৰষ্ট হ'ব পাৰে। মনৰ উৎসাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ত শুভ ফল।
১২. মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব৷ সজাগ নহ'লে সামান্য মনৰ উদ্বিগ্নতাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।প্ৰেমত সন্দেহ দূৰ হ'ব। মাতৃস্থান শুভ।
Leave A Comment