• ৰাশিফলত আজি আপোনাৰ দিনটো কেনে যাব চাওঁ আহক

    জীৱন শৈলী
    ৰাশিফলত আজি আপোনাৰ দিনটো কেনে যাব চাওঁ আহক
    ৮ জেঠ, ২৩ মে',২০২২, সোমবাৰ
     
    ১. মেষ ৰাশি- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷  কৰ্মব্যস্ততা বৃদ্ধিৰ যোগ দেখা যায়। ভ্ৰমণত শুভ।

    ২. বৃষ ৰাশি -বন্ধুৰ সৈতে সংঘাত।  পতি-পত্নীৰ  সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ অসুস্থ।

    ৩. মিথুন ৰাশি-  ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ কৰ্মত শুভ। মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়৷

    ৪. কৰ্কট ৰাশি -শুভ কাম লাভ কৰিব৷ উত্তম ভোজন লাভ কৰিব। প্ৰেমত হতাশা। শৰীৰ ভালে থাকিব।

    ৫. সিংহ ৰাশিৰ - কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশত শুভ হ'ব। মানসিক শান্তি বাঢ়িব।

    ৬. কন্যা ৰাশি - ধন কমিব৷  মিচা অপবাদ দূৰ হ'ব। প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ চিন্তা।

    ৭. তুলা ৰাশি - ধন সঞ্চয় হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত বিচ্ছেদৰ যোগ। 

    ৮. বৃশ্চিক ৰাশি - আপোনজনক লগ পাব। মনৰ আশা পূৰণ। আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ'ব। মাতৃক লৈ চিন্তা।

    ৯. ধনু ৰাশি - আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অশুভ। প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। দাঁতৰ বিষ হ'ব।

    ১০. মকৰ ৰাশি- বন্ধুৰ সৈতে মিলন। শৰীৰত এলাহ ভাৱ বাঢ়িব। লগতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। 

    ১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত সন্মান বাঢ়িব৷ যদিও সজাগ নহ'লে সামান্য বুদ্ধি ভ্ৰষ্ট হ'ব পাৰে লগতে মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

    ১২. মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু বাঢ়িব৷ সজাগ নহলে সামান্য মনৰ ভয় / উদ্বিগ্নতাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।