৭ নৱেম্বৰ ২০২৪, বৃহস্পতিবাৰ
মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে সকলো ক্ষেত্ৰতে ধনাত্মক ফলাফল পাব৷ শিক্ষাৰ্থীসকলে কষ্ট কৰিব লাগিব৷ সম্পর্কৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব৷ অন্যান্য দিশ যেনে স্বাস্থ্য, কৰ্ম আদিৰ পৰা আৰম্ভ কৰি সকলোতে ভাল ফল লাভ কৰিব৷
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ শিক্ষাৰ্থীসকলে কষ্ট কৰিব লাগিব৷ নতুন ব্যৱসায়ীসকলৰ বাবে এই দিনটো খুবেই ভাল৷ প্ৰেম আৰু বৈবাহিক সম্পৰ্ক দুয়োটাৰে ক্ষেত্ৰত ভাল ফল লাভ কৰিব৷ বাকী অন্যান্য ক্ষেত্ৰসমূহতো ভাল ফলাফল লাভ কৰিব৷
মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে খুব ভাল ফল লাভ কৰিব৷ নতুন চাকৰি বিচাৰি থকা বা যিসকলে কৰ্মস্থান সলনি কৰিব বিচাৰি আছে তেওঁলোকৰ বাবে খুব ভাল৷ প্রেমৰ লগতে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷
কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে সকলো কামতে অতিকৈ কষ্ট কৰিব লাগিব৷ বিশেষকৈ শিক্ষাৰ্থী বা কৰ্মৰ ক্ষেত্ৰত কষ্ট কৰিব লাগিব৷ সম্পৰ্কবোৰ ভালে থাকিব৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো খুবেই ভাল৷ নতুন ব্যৱসায়ৰ যোগাযোগ আহিব পাৰে৷ চাকৰিৰ ক্ষেত্ৰতো নতুন যোগাযোগ আহিব পাৰে৷
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলে সম্পৰ্কৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব৷ স্বাস্থ্যৰো যত্ন ল’ব লাগিব৷ ব্যৱসায়ী, উপাৰ্জন, শিক্ষা আদিত ভাল ফল লাভ কৰিব৷
তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো খুবেই ভাল৷ সম্পৰ্কৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব৷ ব্যৱসায়ীসকলৰ বাবে এই দিনটো খুবেই ভাল৷ স্বাস্থ্যৰ লগতে সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হোৱাৰ লগতে যত্ন ল'ব লাগিব৷ শিক্ষাৰ্থীসকলৰ বাবেও এই সপ্তাহতো ভাল৷
বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে এই দিনটোত খুব ভাল ফলাফল লাভ কৰিব৷ ব্যৱসায়ীসকলৰ বাবে দিনটো ভালেই যাব ৷ সম্পৰ্কবোৰ ভালেই থাকিব৷ অবিবাহিতসকলৰ বাবে বিবাহৰ কোনো যোগাযোগ আহিব পাৰে৷
ধনু ৰাশি: ধনু ৰাশিৰ জাতিক-জাতিকাসকলৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে ভাগ্যেদয় হ'ব৷ প্ৰেম , শিক্ষা, ব্যৱসায়, আয় আদিৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব৷ লগতে শিক্ষা, কৰ্ম, ব্যৱসায়, উপাৰ্জন আদিত ভাল ফল লাভ কৰিব৷
মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো ভালেই যাব৷ শিক্ষাৰ্থীসকলে খুব ভাল ফলাফল লাভ কৰিব৷ সম্পর্কৰ ক্ষেত্ৰতো ঠিকেই থাকিব৷
কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ ভিতৰত শিক্ষাৰ্থীসকলৰ শিক্ষামূলক ভ্ৰমণ হ'ব পাৰে। সকলো ক্ষেত্ৰতে যেনে প্ৰেম, কৰ্ম, ব্যৱসায়, উপাৰ্জন আদিত ভাল ফল লাভ কৰিব৷
মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলে স্বাস্থ্যৰ যতন ল'ব লাগিব৷ প্ৰেম বা বৈবাহিক সম্পৰ্ক থাকিয়েই থাকিব৷কৰ্ম আৰু আয়ৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব৷
Leave A Comment