• আজি কেনে যাব আপোনাৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    আজি কেনে যাব আপোনাৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল
    ডিজিটেল ডেস্কঃ আজি ২৮ এপ্ৰিল, ২০২৪ । দেওবাৰ। আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-

    ১. মেষ ৰাশি- হঠাতে শুভ খবৰ লাভ। আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷  কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ'ব।প্ৰেমত মধ্যম। 

    ২. বৃষ ৰাশি -চাকৰিৰ নতুন যোগাযোগ। পুৰণি বন্ধুৰ সৈতে মিলন হ'ব।  মাতৃৰ শুভ।  প্ৰেমত মধ্যম। বিদ্যাত শুভ ।খৰচ বৃদ্ধিৰ যোগ ।

    ৩. মিথুন ৰাশি-  শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো শুভ। ভ্ৰমণৰ যোগ ৷ কৰ্মস্থানত শুভ। মনৰ আশা পূৰণ হ’ব। বন্ধুৰ সৈতে সংঘাত।

    ৪. কৰ্কট ৰাশি -পুৰণি পাবলগীয়া ধন ঘূৰাই পাব। প্ৰেমত আশা বৃদ্ধি। শৰীৰত গুৰুত্ব দিয়ক।খৰচ বৃদ্ধিৰ হ’ব পাৰে। ঘৰলৈ  আলহীৰ আগমণ ঘটিব পাৰে।  

    ৫. সিংহ ৰাশিৰ - প্ৰেমত মধ্যম। আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশ উন্নত হ’ব। মানসিক শান্তি লাভ। বন্ধুৰ সহযোগ।

    ৬. কন্যা ৰাশি - নতুন পৰিকল্পনা পৰাপক্ষত আজি নকৰিব।আয় বাঢ়িব৷প্ৰেমত মধ্যম। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। প্ৰেমত মধ্যম।শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব।

    ৭. তুলা ৰাশি - হঠাতে ধন লাভ ৷  আশা পূৰণৰ  যোগ দেখা যায়। প্ৰেমত শুভ। বন্ধুৰ সহায় ।ভাল খবৰ পাব পাৰে।চকুৰ যত্ন ল’ব। মতৃৰ বাবে চিন্তা।

    ৮. বৃশ্চিক ৰাশি - আনৰ সমালোচনাৰ পৰা দূৰত থাকিবলৈ নিজে আজি অধিক সচেতন হ’ব।নিজৰ  কামক লৈ সজাগ হোৱাটো ভাল  হ'ব। মাতৃক লৈ চিন্তা। খৰচ বাঢ়িব।পেটৰ ৰোগৰ সম্ভাৱনা।

    ৯. ধনু ৰাশি- ধন ব্যয়ৰ যোগ যদিও আবেলিৰ পিনে ধন স্থান অধিক শুভ। আনৰ  প্ৰশংসা লাভ ।  বন্ধুৰে সংঘাত হ’ব পাৰে। আলহীৰ আগমন। ভ্ৰমণৰ যোগ। 

    ১০. মকৰ ৰাশি- পিতৃৰ বাবে চিন্তা। পুৰণি বন্ধুৰ সৈতে মিলন।  সন্তানৰ বাবে মনত আনন্দ।। প্ৰশংসা লাভ।প্ৰেমত শুভ। 

    ১১. কুম্ভ ৰাশি -সামাজিকভাবে  সন্মান লাভ৷ বস্তু হেৰাব পাৰে পাৰে।  খৰচ বৃদ্ধি হোৱাৰ যোগ । প্ৰেমত শুভ। জুইৰ  পৰা সাৱধানে থাকিব।

    ১২. মীন ৰাশি- কামত নতুন যোগাযোগ। মনত শান্তিৰ ভাব। পেটৰ ৰোগে আমনি কৰিব পাৰে। ভ্ৰমণত শুভ।ধাৰাল বস্তুৰ পৰা সাৱধানে থাকিব।মাতৃৰ বাবে কিছু চিন্তা।