২১ ব'হাগ, বৃহস্পতিবাৰ ইং ৫ মে'
১. মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ সজাগ নহলে কৰ্মস্থান সামান্য পৰিৱৰ্তন হ'ব পাৰে।
২. বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বাঢ়িব৷ জনপ্ৰিয়তা বাঢ়িব লগতে আপোনাৰ সন্মান বৃদ্ধিৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব৷ মনত আনন্দ বৃদ্ধিৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হ'ব৷ যকৰ্মত আনৰ নিন্দনীয় হ'ব পাৰে৷ প্ৰেমত সাবধান হ'ব।
৫. সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হ'ব৷ কৰ্মত সফল হ'ব লগতে আনৰ পৰা মৰম চেনেহ লাভ কৰিব পাৰে।
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ'ব৷ মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব৷ ব্যৱসায়ত উন্নতিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব৷ লগতে আজি আয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰিয়জনৰ সান্নিধ্য লাভ কৰিব৷ সামান্য ব্যয় বাঢ়িব পাৰে৷ কৰ্মত সজাগ নহলে আনৰ পৰা প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰত সামান্য এলাহ ভাব বাঢ়িব পাৰে৷ আৰ্থিক দিশত সামান্য নাটনি হ'ব পাৰে৷
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মত ক্ষেত্ৰত শুভ৷ সন্মান বাঢ়িব, আৰ্থিক দিশত শুভ৷ কৰ্মত সামান্য গুৰুত্ব কম হ'ব পাৰে।
১২. মীন ৰাশি - মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ'ব৷ কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ চোৰৰ পৰা সাৱধান হোৱা ভাল।
Leave A Comment