comScore
  • অলিম্পিক পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ কোটিটকীয়া উপহাৰ

    ৰাষ্ট্ৰীয়
    অলিম্পিক পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ কোটিটকীয়া উপহাৰ

    লক্ষ্ণৌ: ট’কিঅ’ অলিম্পিকত পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰে আগবঢ়াইছে উপহাৰ৷ অসমৰ প্ৰথমগৰাকী অলিম্পিক পদকজয়ী লাভলীনা বৰগোঁহাইলৈ উত্তৰ-প্ৰদেশ চৰকাৰে ১ কোটি টকা ঘোষণা কৰিছে৷





    অলিম্পিকৰ পদকজয়ী আটাইকেইজন খেলুৱৈক সম্বৰ্ধনা জনাব৷ ইয়াৰ উপৰি অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাক দিব ২ কোটি টকা, ৰূপৰ পদক বিজয়ী মীৰাবাঈ, ৰবি দাহিয়ালৈ ১.৫০ কোটি আৰু ব্ৰঞ্জজয়ী ৪গৰাকী খেলুৱৈক দিব ১ কোটিকৈ টকা৷





    আগন্তুক ১৯ আগষ্টত আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই ধন৷


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam