• কৃষকৰ আন্দোলনত হিংসা বিয়পোৱা অভিনেতাক গ্ৰেপ্তাৰ

    ৰাষ্ট্ৰীয়
    কৃষকৰ আন্দোলনত হিংসা বিয়পোৱা অভিনেতাক গ্ৰেপ্তাৰ

    নতুন দিল্লী : অৱশেষত আৰক্ষীৰ জালত পৰিল পাঞ্জাৱী অভিনেতা দীপ সিদ্ধু৷ গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীৰ ‘ৰেড ফৰ্ট কমপ্লেস্ক’ত হোৱা কৃষকৰ আন্দোলনৰ হিংসাত্মক কাৰ্যত উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় সিদ্ধুক৷





    আৰু পঢ়িব পাৰিব : ক’ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল অত্যাধুনিক অস্ত্ৰ ?





    দিল্লী আৰক্ষীৰ বিশেষ গোটে গ্ৰেপ্তাৰ কৰিলে সিদ্ধুক৷ গণৰাজ্য দিৱসৰ হিংসাত্মক ঘটনাৰ পাছৰে আত্মগোপন কৰিছিল সিদ্ধুৱে৷ পলাতক দীপ সিদ্ধু আৰু তিনি অভিযুক্ত বিচাৰি আৰক্ষীয়ে ঘোষণা কৰিছিল এক লাখ টকাৰ পুৰস্কাৰ৷





    আৰু পঢ়িব পাৰিব : ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৩জন, চিনাক্ত হোৱা নাই মৃতদেহ…





    কৃষি আইনৰ বিৰোধিতাৰে দেশৰ বিভিন্ন ৰাজ্যৰ কৃষক প্ৰতিনিধিয়ে ট্ৰেক্টৰ ৰেলী উলিয়াইছিল৷ সেই ৰেলীতে কৃষকক হিংসা বিয়পোৱাত উচতাইছিল দীপ সিদ্ধুৱে৷ যাৰ ফলশ্ৰুতিত কৃষক-আৰক্ষীৰ মাজত হতাহতি হোৱাৰ লগতে বহুকেইজন লোক আহত হয়৷ লগতে ট্ৰেক্টৰ বাগৰি নিহত হয় এজন কৃষক৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor