National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
নতুন দিল্লী: আজি কৃষকসকলৰ তীব্ৰ প্ৰতিবাদৰ সময়তে দিল্লীৰ ডিডিইউ মাৰ্গত এখন ট্ৰেক্টৰ বাগৰি পৰাৰ ফলত এজন লোকৰ মৃত্যু হয়। প্ৰতিবাদকাৰীসকলে সীমান্ত অঞ্চলত আৰক্ষীৰ বেৰিকেড ভাঙি দিল্লীৰ কেইবাটাও অঞ্চলত সংঘৰ্ষ কৰাত কৃষকসকলৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লয়।
আৰু পঢ়িব পাৰিব : অভিশপ্ত ২৫ জানুৱাৰী: গুলীয়াই হত্যা দুগৰাকীকৈ সংগ্ৰামী যুৱকক
ঘটনাটোত এতিয়ালৈকে কেইবাজনো আৰক্ষী বিষয়াও আহত হৈছে৷ প্ৰতিবাদী কৃষকসকলৰ সৈতে সংঘৰ্ষৰ সময়ত দিল্লী আৰক্ষীৰ বিষয়াকেইজন আহত হয়। উল্লেখ্য, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু জনতাক দূৰ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিছিল।
আৰু পঢ়িব পাৰিব : খানাপাৰা খেলপথাৰৰ গণৰাজ্য দিৱসত ৰাজ্যপাল-মুখ্যমন্ত্ৰী
হিংসাত্মক ঘটনাৰ বাবে, পূব আৰু উত্তৰ-পূব দিল্লীৰপৰা মধ্য দিল্লীলৈ যোৱা সকলো পথ আৰক্ষীয়ে অৱৰুদ্ধ কৰিছে। কোনো ট্ৰেফিকৰ অনুমতি দিয়া হোৱা নাই৷
Leave A Comment