International
গুৱাহাটী : দেশত ক্ৰমাগত চতুৰ্থ দিনলৈ কৰ'নাত আক্ৰান্তৰ নতুন অভিলেখ৷ শনিবাৰে কৰ’নাত আক্ৰান্ত হয় ৩ লক্ষাধিক লোক৷ মুঠ ৩ লাখ ৫০ হাজাৰ গৰাকী লোক আক্ৰান্ত হয় কৰ’নাত৷ শনিবাৰে মৃত্যু ঘটিছে ২,৭৬০ জন ৰোগীৰ৷
আৰু পঢ়িব পাৰিব: জীৱন্তে জ্বলাই হত্যা কিশোৰীক ! পঢ়ুৱাবলৈ নি লগাইছিল ঘৰৰ কামত
দিল্লী, মহাৰাষ্ট্রত শোচনীয় হৈছে কৰ’না পৰিস্থিতি৷ বাংগালুৰুতো দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা৷ কালিৰ দিনটোতে আক্ৰান্ত ১৭ হাজাৰ লোক৷
আৰু পঢ়িব পাৰিব: ক’ভিড কেয়াৰ চেন্টাৰত থকা ৰোগীক দিয়া হ’ব টকা !
অসমতো অব্যহত কৰ'নাৰ সক্ৰমণ৷ শনিবাৰে মুঠ কৰ’নাক্ৰান্ত ২,২৩৬ জন ৷ এদিনতে মৃত্যুৰ সংখ্যা ২৪ জনৰ৷ কেৱল কামৰূপ (মঃ)ত আক্ৰান্ত ৮১৫ জন৷ কামৰূপ (গ্ৰাম্য)ত আক্ৰান্ত হয় ১৯৬ জন লোক৷ নগাঁৱত ১২৩, ডিব্ৰুগড়ত ১১৫ জন আক্ৰান্ত হয়৷
Leave A Comment