Sports
গুৱাহাটী : দেশত ভয়াৱহ ৰূপত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ৷ শনিবাৰৰ দিনটোত আক্ৰান্ত হয় ১ লাখ ৪৬ হাজাৰ জন লোক৷ মৃত্যু ঘটিছে ৭ শতাধিক কৰ’না ৰোগীৰ৷ কৰ’নাই জটিল ৰূপ লৈছে মহাৰাষ্ট্রত৷ মহাৰাষ্ট্রত নিতৌ বাঢ়িছে হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত৷ ১৫ দিনৰ বাবে মহাৰাষ্ট্রত লকডাউন দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷
আদালতৰ চৌহদৰ পৰা দেৱাল জঁপিয়াই অপৰাধীৰ পলায়ন
লকডাউন সন্দৰ্ভত আজি চৰকাৰে ল’ব সিদ্ধান্ত৷ ইপিনে দেশৰ লগতে অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ৷ শনিবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৪০৫জন৷
মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড: লুটিলে ২লাখ ৫০হাজাৰ
কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১৪৫জন৷ কালি মৃত্যু ঘটিছে দুগৰাকী কৰ’না ৰোগীৰ৷ কালি সম্পন্ন হৈছিল ৬৮ হাজাৰ ৭৫টা পৰীক্ষা৷
Leave A Comment