Sports
মুম্বাই : মহাৰাষ্ট্ৰত ভাঙি পৰিল ভৱন, চাৰিজন আবদ্ধ। থানে জিলাত এটা বাণিজ্যিক ভৱন ভাঙি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ১০.৩০বজাত এই এমহলীয়া ভৱনটো ভাঙি পৰে।
আৰু পঢ়িব পাৰিব : জঘন্য : ৭ বছৰীয়া শিশুক ধৰ্ষণ, চলালে হত্যাৰ চেষ্টাও
ভিৱাণ্ডিৰ মানকোলী নাকাৰ হৰিহৰ কম্পাউণ্ডত অৱস্থিত এই ভৱনটোৰ ভিতৰত থকা কমেও চাৰিজন লোক আবদ্ধ গৈ থকা বুলি আশংকা কৰা হৈছে।
আৰু পঢ়িব পাৰিব : পুনৰ সামৰিক অভ্যুত্থান, ম্যানমাৰত গণতন্ত্ৰৰ অপমৃত্যু!
ইতিমধ্যে থানে জিলাৰ উদ্ধাৰকাৰী দল, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দল আৰু অগ্নি নিৰ্বাপন বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে
Leave A Comment