• মহাকাশ গৱেষণাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৭ মিনিটৰ ভিডিঅ’ প্ৰকাশ 'নাছা'ৰ

    ৰাষ্ট্ৰীয়
    মহাকাশ গৱেষণাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৭ মিনিটৰ ভিডিঅ’ প্ৰকাশ 'নাছা'ৰ

    গুৱাহাটী : ৰঙাগ্ৰহ মঙলৰ পৃষ্ঠ স্পৰ্শ কৰাৰ আগৰ ৭ মিনিটৰ ভিডিঅ’ প্ৰকাশ কৰিলে ‘নাছা’ই। নাছাৰ ৰোভাৰ PERSEVERENCEএ তুলিলে পেৰাছ্যুট অৱতৰণৰ সেই দৃশ্য। মহাকাশ গৱেষণাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো মহাকাশযানে এনে ভিডিঅ’প্ৰেৰণ কৰিছে।





    আৰু পঢ়িব পাৰিব :কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পলাশনিত দুৰ্বৃত্তৰ গুলীচালনা : আহত এজন





    মঙল গ্ৰহৰ বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ স্তৰত প্ৰৱেশ কৰাৰ ২৩০ ছেকেণ্ডৰ পিছৰ পৰাই আৰম্ভ হয় ৰোভাৰৰ মঙলপৃষ্ঠত অৱতৰণৰ এই ভিডিঅ’। সেই সময়ত মহাকাশযানখনৰ গতিবেগ আছিল প্ৰতিঘণ্টাত চাৰে বাৰ হাজাৰ মাইল, অৰ্থাৎ প্ৰতিঘণ্টাত ৰোভাৰখনে অতিক্ৰম কৰিছিল ২০ হাজাৰ ১০০ কিলোমিটাৰ।





    আৰু পঢ়িব পাৰিব :বিবাহৰ দিনাই ৰক্তদান কৰি চৰ্চাত দম্পতি





    কল্প বিজ্ঞান বাস্তৱত পৰিণত হোৱা যেন অনুভৱ হয়। মঙলগ্ৰহৰ বতাহৰ শব্দও আবদ্ধ হয় পেৰাছ্যুটটোৰ মাইক্ৰ’ফোনত। নাছাই এই ভিডিঅ’ প্ৰকাশ কৰাৰ পাছত অভিভূত বিশ্ববাসী। সঁচা অৰ্থত দৃশ্যমান হ’ল মঙলৰ ধূলিৰে আঁৱৰা ওখোৰা-মোখোৰা ভূ-পৃষ্ঠ।


    sabung ayam onlinelive baccaratstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2sabung ayam onlinesabung ayam online