• শান্তি সুদূৰপৰাহত নহয় জম্মু-কাশ্মীৰত! গৃহ মন্ত্ৰণালয়ে দিলে সুখবৰ

    ৰাষ্ট্ৰীয়
    শান্তি সুদূৰপৰাহত নহয় জম্মু-কাশ্মীৰত! গৃহ মন্ত্ৰণালয়ে দিলে সুখবৰ

    নতুন দিল্লী : সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত শান্তি এতিয়া সুদূৰপৰাহত নহয়। জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদৰ সমস্যা ক্ৰমাৎ নিয়ন্ত্ৰণলৈ অহাৰ ইংগিত পোৱা গৈছে। কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ সলনি হোৱা জম্মু-কাশ্মীৰৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চল এতিয়া নিৰাপত্তা বিহিনীৰ অভেদ্য দুৰ্গত পৰিণত হৈছে। ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ পৰা আহিছে সুখবৰ।





    আৰু পঢ়িব পাৰিব : জঘন্য কাণ্ড : বলাৎকাৰীৰ হাতৰ পৰা সাৰি নগ’ল ৯০ বছৰীয়া বৃদ্ধাও





    কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দিয়া তথ্য অনুসৰি ২০২০চনত কেন্দ্ৰীয়শাসিত প্ৰদেশখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ পূৰ্বৰ বছৰৰ তুলনাত ৬৩.৯৩ শতাংশলৈ হ্ৰাস পাইছে। ২০১৯ চনৰ তুলনাত ২০২০চনৰ নৱেম্বৰ মাহলৈ এনে ঘটনা লক্ষ্যণীয়ভাৱে হ্ৰাস হোৱাৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।





    আৰু পঢ়িব পাৰিব : ঐতিহাসিক ১৭ ঘণ্টাজোৰা যাত্ৰা সফলতাৰে সম্পূৰ্ণ কৰিলে কেপ্তেইন জয়াৰ বিমানে





    মন্ত্ৰণালয়ে লগতে দিয়া তথ্য অনুসৰি বিগত বছৰটোত সামৰিক বাহিনীৰ লোকৰ মৃত্যুৰ হাৰো ২৯.১১শতাংশলৈ হ্ৰাস পাইছে। যোৱা বছৰৰ ১৫ নৱেম্বৰলৈ অসামৰিক লোক তথা সাধাৰণ নাগৰিকৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে ১৪.২৮ শতাংশলৈ।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor