Sci & Tech
নতুন দিল্লী : ৰে’লৱেৰ যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱে' লৈছে কেতবোৰ নতুন সিদ্ধান্ত৷ ভ্ৰমণৰ সময়ত যাত্ৰীয়ে ৰে’লত ম’বাইল, লেপটপ চাৰ্জ কৰিব নোৱাৰিব এতিয়াৰ পৰা৷ জানিব পৰা মতে কোনো কাৰীকৰি সমস্যাৰ সন্মুখীন নহ’বলৈ এই বিশেষ ব্যৱস্থাৰ গ্ৰহণ কৰিছে৷
আৰু পঢ়িব পাৰিব : ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনাঃ নিহত ২
ভাৰতীয় ৰে’লৱে এতিয়াৰ পৰা কোনো যাত্ৰীয়ে ৰে’লেৰে ভ্ৰমণ কৰিলে নিশা ম’বাইল, লেপটপ বা আন কোনো ইলেক্ট্ৰনিক সামগ্ৰীত চাৰ্জ কৰিব নোৱাৰে। লগতে কোনো যাত্ৰীয়ে ছিগাৰেট সেৱন কৰিলে জৰিমণা বিহা হ’ব। ৰে’লৱেৰ নতুন নিয়ম অনুসৰি নিশা ১১বজাৰ পৰা পুৱা ৫ বজালৈ চাৰ্জিং পইণ্ট বন্ধ কৰি ৰখা হ’ব।
আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণ তথা মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ
বিভাগীয় সিদ্ধান্ত অনুসৰি নিশা ম’বাইল আৰু লেপটপ চাৰ্জ কৰিলে কোনো কাৰণত জুই লাগিব পাৰে।
Leave A Comment