• EXIT POLL: হিমাচল প্ৰদেশত চৰকাৰ কাৰ? কিমান আসন লাভ কৰিব কংগ্ৰেছ-বিজেপিয়ে? কি ক’লে দেশৰ আগশাৰীৰ নিউজ চেনেসমূহে?

    ৰাষ্ট্ৰীয়
    EXIT POLL: হিমাচল প্ৰদেশত চৰকাৰ কাৰ? কিমান আসন লাভ কৰিব কংগ্ৰেছ-বিজেপিয়ে? কি ক’লে দেশৰ আগশাৰীৰ নিউজ চেনেসমূহে?

    ডিজিটেল ডেস্কঃ গুজৰাট
    নিৰ্বাচনৰ লগে লগে প্ৰকাশ পাইছে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰো এক্জিট পল (
    mso-bidi-language:AS">EXIT POLL)। দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে
    চলোৱা এই সমীক্ষাত সুবিধাজনক স্থান লাভ কৰিছে কংগ্ৰেছে।



     



    ইণ্ডিয়া টুডে গ্ৰুপে
    চলোৱা সমীক্ষাত প্ৰকাশ পাইছে যে হিমাচল প্ৰদেশত কংগ্ৰেছ আৰু বিজেপিয়ে অত্যন্ত কঠিন
    প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে। ইণ্ডিয়া টুডে-ৰ সমীক্ষাত কংগ্ৰেছে ৩০ৰ পৰা ৪০খন আসন
    লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ২৪ৰ পৰা ৩৪খন আসন।
    mso-bidi-font-family:Vrinda;color:#0A0A0A;mso-bidi-language:AS">



    AS"> 



    আনহাতে, mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:
    AS">REPUBLIC TV
    য়ে গুজৰাটৰ দৰেই হিমাচল
    প্ৰদেশতো বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে। ৰিপাব্লিক টিভিৰ সমীক্ষাত বিজেপিয়ে
    ৩৪ৰ পৰা ৩৯খন আসন লাভ কৰিব বুলি কোৱা হৈছে।  কংগ্ৰেছক দিয়া হৈছে ২৮ৰ পৰা ৩৩ খন আসন।
    mso-bidi-font-family:Vrinda;color:#0A0A0A;mso-bidi-language:AS">



    AS"> 



    Arial;color:#0A0A0A;mso-bidi-language:AS">ঠিক একেদৰে টাইমছ নাও-ৰ সমীক্ষাত
    বিজেপিয়ে লাভ কৰিছে ৩৪ৰ পৰা ৪২খন আসন। কংগ্ৰেছে লাভ কৰিছে ২৪ৰ পৰা ৩২খন আসন।
    mso-bidi-font-family:Vrinda;color:#0A0A0A;mso-bidi-language:AS">



    AS"> 



    Arial;color:#0A0A0A;mso-bidi-language:AS">ৰিপাব্লিক পি-মাৰ্ক ( color:#0A0A0A">P—MARQ Arial;color:#0A0A0A;mso-bidi-language:AS">)-এ চলোৱা সমীক্ষাত বিজেপিয়ে লাভ কৰিছে
    ৩৪ৰ পৰা ৩৯ খন আসন। কংগ্ৰেছে লাভ কৰিছে ২৮ৰ পৰা ৩৩খন আসন।
    mso-bidi-font-family:Vrinda;color:#0A0A0A;mso-bidi-language:AS">



    Arial;color:#0A0A0A;mso-bidi-language:AS">জি নিউজ-ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে
    ৩৫ৰ পৰা ৪০খন আসন। কংগ্ৰেছে লাভ কৰিছে ২০ৰ পৰা ২৫খন আসন।
    mso-bidi-font-family:Vrinda;color:#0A0A0A;mso-bidi-language:AS">



    AS"> 



    Arial;color:#0A0A0A;mso-bidi-language:AS">‘জন কী বাত’ৰ সমীক্ষাত বিজেপিয়ে লাভ
    কৰিছে ৩২ৰ পৰা ৪০খন আসন। কংগ্ৰছে লাভ কৰিছে ২৭ৰ পৰা ৩৪খন আসন।
    mso-bidi-language:AS">



    mso-bidi-language:AS"> 



    উল্লেখ্য যে ৬৮ খন আসন
    থকা হিমাচলত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩৫খন আসনৰ। আম আদমী পাৰ্টিয়েও ৰাজ্যখনত
    শক্তিশালী প্ৰচাৰ চলালেও কংগ্ৰেছ আৰু বিজেপিকে মুখ্যস্থান দিছে দেশৰ আগশাৰীৰ
    চেনেসমূহে।