• ন্যায় ব্যৱস্থাৰ ওপৰত ৰাইজৰ বিশ্বাস শেষ কৰাৰ প্ৰয়াস চলিছে; মুখ্য ন্যায়াধীশলৈ ২১জন প্ৰাক্তন ন্যায়াধীশৰ পত্ৰ লিখি অভিযোগ

    ৰাষ্ট্ৰীয়
    ন্যায় ব্যৱস্থাৰ ওপৰত ৰাইজৰ বিশ্বাস শেষ কৰাৰ প্ৰয়াস চলিছে; মুখ্য ন্যায়াধীশলৈ ২১জন প্ৰাক্তন ন্যায়াধীশৰ পত্ৰ লিখি অভিযোগ
    ডিজিটেল ডেস্ক: ২১জন প্ৰাক্তন ন্যায়াধীশৰ পত্ৰ মুখ্য ন্যায়াধীশলৈ৷
    উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে ২১ ন্যায়াধীশে৷ ২১জনৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ ১৭ প্ৰাক্তন ন্যায়ধীশ৷
    উচ্চতম ন্যায়ালয়ৰ ৪ প্ৰাক্তন ন্যায়ধীশৰ নামো পত্ৰখনত৷
    ৰাজনৈতিক স্বাৰ্থত ন্যায় ব্যৱস্থাৰ ওপৰত হেঁচা দিয়াৰ অভিযোগ৷
    প্ৰাক্তন ন্যায়াধীশসকলৰ অভিযোগ- ন্যায় ব্যৱস্থাৰ ওপৰত ৰাইজৰ বিশ্বাস শেষ কৰাৰ প্ৰয়াস চলিছে৷ ন্যায়াধীশৰ নিৰপেক্ষ সিদ্ধান্তৰ প্ৰতিও ভাবুকি আহিছে৷
    ব্যক্তিগত লাভালাভৰ বাবেও ন্যায় ব্যৱস্থাৰ ওপৰত হেঁচা দিয়াৰো অভিযোগ৷