• মণিপুৰত পুনৰ নিৰ্বাচনী হিংসা; গুলীচালনাৰ পাছত আন এক বিক্ষিপ্ত ঘটনা

    ৰাষ্ট্ৰীয়
    মণিপুৰত পুনৰ নিৰ্বাচনী হিংসা; গুলীচালনাৰ পাছত আন এক বিক্ষিপ্ত ঘটনা
    ডিজিটেল ডেস্ক: মণিপুৰত পুনৰ নিৰ্বাচনী হিংসা সংঘটিত হৈছে৷ 
    গুলীচালনাৰ পাছত আন এক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে ৰাজ্যখনত৷ মেইটেই গোটে দখল কৰিলে ভোটকেন্দ্ৰ৷ নিৰাপত্তাৰক্ষীৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছে৷ মেইটেই গোটৰ দখলৰ ভোটদান বন্ধ৷ মণিপুৰত মুঠ ৫টা ভোটকেন্দ্ৰত নহ’ল ভোটদান৷