• কিয় আৰু কেনেকৈ আৰম্ভ হ’ল বিশ্ব পৰিৱেশ দিৱস উদযাপন? ইয়াৰ ইতিহাস জানো আহক...

    ৰাষ্ট্ৰীয়
    কিয় আৰু কেনেকৈ আৰম্ভ হ’ল বিশ্ব পৰিৱেশ দিৱস উদযাপন?  ইয়াৰ ইতিহাস জানো আহক...

    ডিজিটেল
    ডেস্ক :
    মানৱ জীৱনৰ সুৰক্ষাৰ বাবে পৰিৱেশ
    সুৰক্ষিত
    কৰি ৰখাৰ অতি প্ৰয়োজন। আধুনিকতাৰ দিশে আগবাঢ়ি যোৱা পৃথিৱীখনত উন্নয়নৰ পথত আমি এনে বহু বস্তু ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছো, যিবোৰ পৃথিৱী আৰু পৰিৱেশৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে। প্ৰকৃতিৰ অবিহনে জীৱন সম্ভৱ নহয়। সেয়েহে মানুহ আৰু ৰিৱেশৰ মাজত আছে গভীৰ সম্পৰ্ক। কিন্তু মানুহে এই প্ৰকৃতিৰ নিৰন্তৰ ক্ষতি অব্যাহত ৰাখিছেবনধ্বংস অবিৰতভাৱে চলি আহিছে, যাৰ ফলত জীৱনৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ
    হৈ পৰিছে।



    উল্লেখ্য
    যে
    সুস্থ জীৱন mso-bidi-language:AS">-যাপনৰ বাবে প্ৰকৃতিৰ আৰু
    পৰিৱেশ সুৰক্ষাৰ
    অতি mso-bidi-language:BN"> প্ৰয়োজন। ইয়াৰ বাবে
    প্ৰতি বছৰে বিশ্ব প
    ৰিৱে mso-bidi-language:BN">শ দিৱস পালন কৰা হয়। পৰিৱেশৰ বিষয়ে mso-bidi-language:AS">সাধাৰণ লোকক mso-bidi-language:BN">সজাগ কৰাৰ লগতে mso-bidi-language:BN">সংৰক্ষণৰ বাবে উৎসাহিত কৰা হয়। পৰিৱেশ দিৱস mso-bidi-language:AS"> কেতিয়া mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi">, mso-bidi-language:BN">কেনেকৈ আৰু কিয় পালন কৰা mso-bidi-language:AS">হয় mso-bidi-language:AS">জানো আহক। minor-bidi">



    *
    mso-bidi-language:BN">বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi">?



    প্ৰতি
    বছৰে ৫ জুন তাৰিখে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে
    সকলো দেশেই বিভিন্ন ধৰণেৰে পৰিৱেশ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে।
    mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi">



    *
    mso-bidi-language:BN">পৰিৱেশ দিৱসৰ ইতিহাস- mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:
    AS">



    ১৯৭২
    চনৰ পৰা আৰম্ভ হৈছিল বিশ্ব পৰিৱেশ দিৱস উদযাপন। ১৯৭২ চনৰ ৫ জুন
    mso-bidi-language:AS">ৰ দিনা mso-bidi-language:BN">ৰাষ্ট্ৰসংঘই প্ৰথম পৰিৱেশ দিৱস পালন কৰে mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi">, mso-bidi-language:BN">তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱস পালন কৰি আহিছে। mso-bidi-language:BN">



    *
    mso-bidi-language:BN">কোনখন দেশত প্ৰথম পৰিৱেশ দিৱস পালন কৰা হৈছিল mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi">?



    ৰাষ্ট্ৰসংঘই
    বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল যদিও ছুইডেনৰ ৰাজধানী ষ্টকহ’মত প্ৰথমে পৰিৱেশ
    দিৱস পালন কৰা হৈছিল। ১৯৭২ চনত ষ্টকহ’মত প্ৰথমখন পৰিৱেশ সন্মিলন অনুষ্ঠিত হৈছিল
    mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi">, mso-bidi-language:BN">য’ত ১১৯খন দেশে অংশগ্ৰহণ কৰিছিল। mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi">



    *
    mso-bidi-language:BN">পৰিৱেশ দিৱস উদযাপনৰ উদ্দেশ্য mso-bidi-language:AS">- minor-bidi;mso-bidi-language:AS">



    পৃথিৱীত
    প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই ক্ৰমবৰ্ধমান প্ৰদূষণৰ বাবে প্ৰকৃতিৰ প্ৰতি ভাবুকি
    বাঢ়িছে। ইয়াক ৰোধ কৰাৰ লক্ষ্যৰে পৰিৱেশ দিৱসৰ আৰম্ভ কৰা হ’ল
    mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi"> mso-bidi-language:BN">যাতে পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিব পাৰি আৰু প্ৰকৃতিক প্ৰদূষিত
    হোৱাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰেৰণা যোগাব পাৰি।
    mso-bidi-theme-font:minor-bidi">



    *
    mso-bidi-language:BN">পৰিৱেশ দিৱসৰ থিম- mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:
    AS">



    প্ৰতি
    বছৰে বিশ্ব পৰিবেশ দিৱসৰ বিশেষ থিম থাকে। ২০২৩ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে
    mso-bidi-language:AS">‘প্লাষ্টিক প্ৰদূষণৰ সমাধান mso-bidi-language:AS">’। এই থিমটো প্লাষ্টিক
    প্ৰদূষণৰ সমাধানৰ ওপৰত আধাৰিত।