Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
গুৱাহাটী : অসমত নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ ২০গৰাকী ষ্টাৰ কেম্পেইনাৰে৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নড্ডাও আহিব অসমলৈ৷
আৰু পঢ়িব পাৰিব : বিতৰ্কিত বিজেপি নেত্ৰী দিপাঞ্জলী কাকতীৰ জামিন
ইয়াৰ উপৰি উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও অসমত চলাব প্ৰচাৰ৷ ৰাজনাথ সিং, নীতিন গাডকাৰীও অসমৰ ষ্টাৰ কেম্পেইনাৰ৷ প্ৰচাৰ চলাবলৈ স্মৃতি ইৰাণী, পুনম মহাজন, অভিনেতা তথা সাংসদ ৰবি কিষাণো আহিব৷
আৰু পঢ়িব পাৰিব : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস : ৰাজ্যৰ বিভিন্ন স্থানত আদৰণীয় কাৰ্যসূচী
এইসকল ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসকীয় দলটো৷
Leave A Comment