• আজি শিৱসাগৰত মনোনয়ন পত্ৰ দাখিল কৰিব অখিল গগৈৰ...

    ৰাজনৈতিক
    আজি শিৱসাগৰত মনোনয়ন পত্ৰ দাখিল কৰিব অখিল গগৈৰ...

    গুৱাহাটী : কাৰাৰুদ্ধ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে  কাৰাগাৰৰ পৰাই নিৰ্বাচনত যুঁজিব৷ আজি শিৱসাগৰ আৰু মৰিয়নীত মনোনয়ন পত্ৰ দাখিল কৰিব৷ অখিল গগৈৰ হৈ মনোনয়ন দিব ৰাইজৰ দলৰ কৰ্মকৰ্তাই৷





    আৰু পঢ়িব পাৰিব : বিজেপি-অগপ-ইউপিপিএলৰ যৌথ সংবাদমেল: বিজেপিৰ প্ৰাৰ্থীৰ সাক্ষাৎ অতুল বৰা






    উল্লেখ্য যে দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আজি জিএমচিএইচত শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনৰ বাবে শপত গ্ৰহণ কৰিব অখিল গগৈয়ে। 





    আৰু পঢ়িব পাৰিব : নিউয়ৰ্কত প্ৰিয়ংকাই মুকলি কৰে ভাৰতীয় ৰেষ্টুৰেণ্ট ‘ছ’না’





    ইপিনে শিৱসাগৰত অখিল গগৈৰ মনোনয়ন প্ৰদানত উপস্থিত থাকিব ৰাইজৰ দল আৰু কৃষক মুক্তিৰ বহু কৰ্মী৷ শিৱসাগৰৰ উপৰি গগৈয়ে মৰিয়নী সমষ্টিতো প্ৰতিদ্বন্দ্বিতা কৰিব৷ তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰা হ'ব কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ।