• কংগ্ৰেছত খহনীয়া অব্যাহত, জ্যেষ্ঠ নেত্ৰীসহ অৰ্ধশতাধিক বিজেপিলৈ

    ৰাজনৈতিক
    কংগ্ৰেছত খহনীয়া অব্যাহত, জ্যেষ্ঠ নেত্ৰীসহ অৰ্ধশতাধিক বিজেপিলৈ

    গুৱাহাটী : ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পূৰ্বে বিৰোধী দল কংগ্ৰেছত প্ৰবল খহনীয়া আৰম্ভ হৈছে৷ আজি বিজেপিত যোগদান কৰে কংগ্ৰেছৰ মহানগৰ সমিতিৰ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈসহ কংগ্ৰেছৰ মহানগৰ সমিতিৰ ৫২গৰাকী কৰ্মীয়ে৷ এই যোগদান কাৰ্যসূচীত বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিত থাকে৷





    কাৰ্যসূচীত ভাগ লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, পমুৱাসকলক ভালপোৱাসকল ভ্ৰষ্টাচাৰী দলৰ লগত থাকিব৷ অসম আৰু জাতিক ভালপোৱাসকল থাকিব বিজেপিৰ লগত৷ ইয়াৰ লগতে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই বিজেপিত যোগ্যসকলক যোগ্য স্থান দিয়া হয় বুলি মন্তব্য কৰে।





    ইপিনে বিজেপিত যোগদান কৰিয়ে জুৰি শৰ্মা বৰদলৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কংগ্ৰেছত নেতৃত্বৰ অভাৱ হোৱা বুলিও তেওঁ অভিযোগ কৰে। কংগ্ৰেছৰ জনসাধাৰণক দিবলৈ একো নাই বুলি মন্তব্য কৰি তেওঁ অভিযোগ কৰে যে, কংগ্ৰেছে এতিয়া পূৰ্ববংগীয়সকলক লৈ ৰাজনীতি কৰে৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor