• কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সভা, নলবাৰীত ১৪৪ ধাৰা

    ৰাজনৈতিক
    কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সভা, নলবাৰীত ১৪৪ ধাৰা

    গুৱাহাটী : কেইবাটাও কাৰ্যসূচী লৈ অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ অমিত শ্বাহৰ এই ভ্ৰমণক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ৷ গৃহমন্ত্ৰীৰ ভ্ৰমণকালত প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ ঠায়ে ঠায়ে প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰাও৷ বিজেপিৰ একাধিক বিশাল জনসভাত অমিত শ্বাহে অংশগ্ৰহণ কৰিব৷





    আৰু পঢ়িব পাৰিব : ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ আওতালৈ কেন্দ্ৰীয় বাহিনী, গৃহমন্ত্ৰীৰ পদক্ষেপ





    নলবাৰীতো বিজেপিয়ে আয়োজন কৰিছে বিশাল জনসভাৰ৷ নলবাৰীৰ জনসভাক লৈ সতৰ্ক হৈ পৰিছে প্ৰশাসন৷ যাৰ বাবে নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা৷ প্ৰতিবাদী কাৰ্যসূচীক বাধা দিয়াৰ বাবে প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে জিলাখনত৷ উল্লেখ্য যে, আজি দুখনকৈ জনসভাত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷





    আৰু পঢ়িব পাৰিব : পুনৰ ফাদিল পাকিস্তানৰ ষড়যন্ত্ৰ, জম্মু-কাশ্মীৰলৈ সুৰংগ পথেৰে সন্ত্ৰাসবাদী





    আনহাতে কোকৰাঝাৰত অনুষ্ঠিত হৈছে প্ৰথম বিটিআৰ দিৱসৰ কাৰ্যসূচী৷ কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত বিটিআৰ দিৱসৰ বিশাল আয়োজন৷ চাৰিদিনীয়াকৈ কোকৰাঝাৰত উদযাপন হ’ব বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি৷ বিটিআৰ দিৱসৰ আজিৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor