• ঘোষিত হ'ল অসম বিধানসভা নিৰ্বাচন: ধৰাশায়ী হ’ল বহু ৰথী-মহাৰথী

    ৰাজনৈতিক
    ঘোষিত হ'ল অসম বিধানসভা নিৰ্বাচন: ধৰাশায়ী হ’ল বহু ৰথী-মহাৰথী

    গুৱাহাটী : ঘোষিত হ'ল অসম বিধানসভা নিৰ্বাচন৷ এই নিৰ্বাচনত ধৰাশায়ী হ’ল বহু ৰথী-মহাৰথী৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা পৰাস্ত৷ পৰাজিত হ’ল বিপিএফৰ তিনিওজন মন্ত্ৰী৷ চন্দন ব্ৰহ্ম, প্ৰমীলাৰাণী ব্ৰহ্ম আৰু ৰিহন দৈমাৰী৷ কংগ্ৰেছৰ প্ৰাৰ্থী হৈ পৰাজিত হ’ল মন্ত্ৰী ছুম ৰংহাং৷





    আৰু পঢ়িব পাৰিব আইপিএলত কৰ’না! বাতিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু বাংগালুৰুৰ খেল





    পৰাস্ত হ'ল বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ৷ পৰাস্ত AICCৰ সম্পাদক ভূপেন কুমাৰ বৰা৷ দুয়োটা সমষ্টিতে পৰাস্ত লুৰিণজ্যোতি গগৈ৷ পৰাস্ত বিধায়ক কুশল দুৱৰী, আঙুৰলতা ডেকা৷ নিৰ্দলীয় হৈ পৰাস্ত দিলীপ পাল, দিগন্ত ৰাভা৷ পৰাস্ত AJPৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা৷





    আৰু পঢ়িব পাৰিব নন্দীগ্ৰামত পৰাজিত হোৱা সত্ত্বেও মমতা বেনাৰ্জী পশ্চিম বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব পাৰে, কেনেকৈ?





    পৰাস্ত হ'ল মঙলদৈৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাস৷ বৰচলাত পৰাস্ত হয় প্ৰাক্তন সাংসদ আৰ পি শৰ্মা৷ বৰমাত পৰাস্ত সাংসদ নৱ কুমাৰ শৰণীয়া৷