Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
দক্ষিণ দিনজানপুৰ : ‘দিল্লীৰ দুই গুণ্ডা’ৰ বিৰুদ্ধে ৰণহুংকাৰ মমতা বেনাৰ্জীৰ। কোভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতো পশ্চিমবংগত নিৰ্বাচনী ৰণৰ উত্তাপ হ্ৰাস হোৱা নাই। আজি ৰাজ্যখনত অনুষ্ঠিত হয় ৬ষ্ঠ পৰ্যায়ৰ নিৰ্বাচন। তাৰ মাজতে বাকী থকা দুটা পৰ্যায়ৰ বাবেও চলি আছে নিৰ্বাচনী প্ৰচাৰ।
আৰু পঢ়িব পাৰিব: ডাম্পাৰৰ খুন্দাত আহত গৰ্ভৱতী মহিলাঃ পৰিস্থিতি উত্তপ্ত
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি এখন বিশাল নিৰ্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ‘দিল্লীৰ গুণ্ডা’ আখ্যা দিয়ে মমতাই।
আৰু পঢ়িব পাৰিব: চেন্নাইৰ বিৰুদ্ধে পৰাজয়েই নহয়, মৰ্গানৰ মূৰত জৰিমনাৰো বোজা…
মোডী-শ্বাহৰ নাম নোলোৱাকৈ দক্ষিণ দিনজানপুৰত মমতাই কয় যে, ‘মই খেলুৱৈ নহয় কিন্তু ময়ো খেল খেলিব জানো। লোকসভা নিৰ্বাচনত মই আছিলোঁ শ্ৰেষ্ঠতম খেলুৱৈ। আমি আমাৰ বংগক কেতিয়াও দিল্লীৰ দুই গুণ্ডাৰ হাতত সমৰ্পন কৰিব নোৱাৰোঁ।’
Leave A Comment