• দুলীয়াজানৰ পৰা যুঁজিব লুৰিণজ্যোতিয়ে : ১৮টা সমষ্টিত যুঁজিব অজাপই...

    ৰাজনৈতিক
    দুলীয়াজানৰ পৰা যুঁজিব লুৰিণজ্যোতিয়ে : ১৮টা সমষ্টিত যুঁজিব অজাপই...

    গুৱাহাটী : বিজেপিৰ প্ৰাৰ্থীৰ তালিকা শুকুৰবাৰে প্ৰকাশ পোৱাৰ পাছতে নতুন আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’-এ ১৮টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে৷ দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰথমবাৰৰ বাবে দুলীয়াজানৰ পৰা নিৰ্বাচন খেলিব৷





    আৰু পঢ়িব পাৰিব : ৯২টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ। কোনে পালে প্ৰাৰ্থিত্ব?





    ইপিনে ‘অজাপ’ৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে ধেমাজিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে ডিব্ৰুগড়ৰ প্ৰাৰ্থী অজিত বৰগোহাঁই, শদিয়াত প্ৰতিদ্বন্দ্বিতা কৰিব জগদীশ ভূঞাই, ঢেকীয়াজুলিত শত্ৰুঘ্ন চাচনী, ৰঙাপাৰাত অজয় তাঁতী, ধিঙত আনজাৰ হুছেইন, বটদ্ৰৱাত অৰূপ কুমাৰ শইকীয়া, সৰুপথাৰত ৰাজু ফুকন, খুমটাইত পৱন শইকীয়া, দেৰগাঁৱত আনন্দ চন্দ্ৰ দাস, নাজিৰাত ৰিবুলয়া গগৈ৷





    আৰু পঢ়িব পাৰিব : মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল! মুকলি কৰা হ’ল নিৰ্বাচনী শীৰ্ষক গীত





    ইয়াৰ উপৰি থাওৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব দীপেন তাঁতী, বিহপুৰীয়াত অচ্যুত শইকীয়া, ঢকুৱাখনাত সত্যজিৎ ৰেগন, মৰিয়নিত ৰাজীৱ কুমাৰ হাজৰিকা, তিনিচুকীয়াত চামচেৰ সিং, ‘অজাপ’ৰ মাৰ্ঘেৰিটাৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ দেৱক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor