• পঞ্জাবৰ বিধানসভা নিৰ্বাচন: ৰাইজৰ কাষ চপাৰ অভিনৱ কৌশল আম আদমী পাৰ্টিৰ

    ৰাজনৈতিক
    পঞ্জাবৰ বিধানসভা নিৰ্বাচন: ৰাইজৰ কাষ চপাৰ অভিনৱ কৌশল আম আদমী পাৰ্টিৰ
    ডিজিটেল ডেস্ক: পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ দিন চমু লগাৰ লগে লগে তৎপৰ হৈ পৰিছে আম আদমী পাৰ্টি৷ আম আদমী পাৰ্টিয়ে ইতিমধ্যে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰিছে৷ আম আদমী পাৰ্টিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ভগৱন্ত মানৰ নাম ঘোষণা কৰিছিল যদিও দলটো এতিয়াও মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ ডিজিটেল ডেস্ক: পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ দিন চমু লগাৰ লগে লগে তৎপৰ হৈ পৰিছে আম আদমী পাৰ্টি৷ আম আদমী পাৰ্টিয়ে ইতিমধ্যে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰিছে৷

    আম আদমী পাৰ্টিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ভগৱন্ত মানৰ নাম ঘোষণা কৰিছিল যদিও দলটো এতিয়াও মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে অনিশ্চয়তাত আছে৷ যাৰ বাবে ৰাইজৰ কাষ চাপিবলৈ আম আদমী পাৰ্টিয়ে গ্ৰহণ কৰিছে এক অভিনৱ পন্থা৷ আম আদমী পাৰ্টিয়ে ৰাজ্যখনত মুকলি কৰিছে টেলিফোন নম্বৰ৷ ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নিৰ্বাচন এতিয়া ৰাইজৰ ওপৰত এৰি দিছে দলটোৱে৷ ইপিন, দলৰ শীৰ্ষনেতা অৰবিন্দ কেজৰিৱালে ৰাজ্যখনৰ বাবে মুখ্যমন্ত্ৰীৰ মুখ হিচাপে নিজকে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। কেজৰিৱালে আজি ঘোষণা কৰি কয় যে তেওঁ দলৰ মুখ্যমন্ত্ৰীৰ পছন্দ পঞ্জাৱৰ জনসাধাৰণৰ ওচৰত এৰি দিছে।

    এটা নম্বৰ (৭০৭৪৮ ৭০৭৪৮) মুকলি কৰাৰ কথা ঘোষণা কৰি কেজৰিৱালে কয় যে পঞ্জাবৰ লোকসকলে ফোন/মেছেজ বা ৱাটছএপযোগেও তেওঁলোকৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ পছন্দ জনাব পাৰিব৷ কেজৰিৱালে কয়, আমি পঞ্জাবৰ লোকসকলৰ ওপৰত পছন্দ এৰি দিব বিচাৰো, পঞ্জাববাসীয়ে ১৭ জানুৱাৰীৰ ভিতৰত আমাক তেওঁলোকৰ পছন্দৰ বিষয়ে জনাব পাৰিব৷ দিব পাৰে। ৰাইজে বাছনি কৰা প্ৰাৰ্থীজনেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বুলি তেওঁ মন্তব্য কৰে৷বাবে অনিশ্চয়তাত আছে৷ যাৰ বাবে ৰাইজৰ কাষ চাপিবলৈ আম আদমী পাৰ্টিয়ে গ্ৰহণ কৰিছে এক অভিনৱ পন্থা৷ আম আদমী পাৰ্টিয়ে ৰাজ্যখনত মুকলি কৰিছে টেলিফোন নম্বৰ৷ ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নিৰ্বাচন এতিয়া ৰাইজৰ ওপৰত এৰি দিছে দলটোৱে৷

    ইপিন, দলৰ শীৰ্ষনেতা অৰবিন্দ কেজৰিৱালে ৰাজ্যখনৰ বাবে মুখ্যমন্ত্ৰীৰ মুখ হিচাপে নিজকে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। কেজৰিৱালে আজি ঘোষণা কৰি কয় যে তেওঁ দলৰ মুখ্যমন্ত্ৰীৰ পছন্দ পঞ্জাৱৰ জনসাধাৰণৰ ওচৰত এৰি দিছে।
    এটা নম্বৰ (৭০৭৪৮ ৭০৭৪৮) মুকলি কৰাৰ কথা ঘোষণা কৰি কেজৰিৱালে কয় যে পঞ্জাবৰ লোকসকলে ফোন/মেছেজ বা ৱাটছএপযোগেও তেওঁলোকৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ পছন্দ জনাব পাৰিব৷ কেজৰিৱালে কয়, আমি পঞ্জাবৰ লোকসকলৰ ওপৰত পছন্দ এৰি দিব বিচাৰো, পঞ্জাববাসীয়ে ১৭ জানুৱাৰীৰ ভিতৰত আমাক তেওঁলোকৰ পছন্দৰ বিষয়ে জনাব পাৰিব৷ দিব পাৰে। ৰাইজে বাছনি কৰা প্ৰাৰ্থীজনেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বুলি তেওঁ মন্তব্য কৰে৷