Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
কলকাতা : আজি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে৷ পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ ৪ খন জিলাৰ ৩৫টা সমষ্টিৰ বাবে হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ অষ্টম তথা অন্তিম পৰ্যায়ত ২৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ভোটাৰে৷
আৰু পঢ়িব পাৰিব : আৰক্ষী-আলফাৰ সংঘৰ্ষ ! নিহত আলফা (স্বাঃ)ৰ নেতা…
ক’ভিডৰ সংক্ৰমণৰ মাজতে কঠোৰ নীতি-নিৰ্দেশনাৰ মাজেৰে চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটগ্ৰহনৰ সময়ত ক'ভিড প্ৰট’কল মানি গণতন্ত্ৰৰ উৎসৱত অংশ ল’বলৈ আহ্বান জনায়৷
আৰু পঢ়িব পাৰিব : ৰাজ্যত পুনৰ তিনিটাকৈ মৃদু ভূমিকম্পৰ জোঁকাৰণি
চিতলমাৰীৰ ১২৬নং বুথৰ ভোটগ্ৰহণো আজি চলিছে৷ ১০ এপ্ৰিলত হিংসাত্মক পৰিস্থিতিৰ বাবে স্থগিত হৈছিল ১২৬নং বুথৰ নিৰ্বাচন৷
Leave A Comment