• পশ্চিমবংগত পুনৰ গঠন হ'ব মমতাৰ চৰকাৰ!

    ৰাজনৈতিক
    পশ্চিমবংগত পুনৰ গঠন হ'ব মমতাৰ চৰকাৰ!

    কলকাতা: পশ্চিমবংগত প্ৰাক নিৰ্বাচনী সমীক্ষাত বিজেপিলৈ নিৰাশা৷ বংগত পুনৰ মমতা চৰকাৰৰ পূৰ্বাভাস ABP-C ভোটাৰৰ৷ ১৫৮ আসনেৰে TMCৰ মেজিক নম্বৰ অতিক্ৰমৰ ইংগিত৷





    আৰু পঢ়িব পাৰিব : ৰাজ্যত প্ৰতিবছৰে ধৰ্ষণৰ বলি হয় প্ৰায় ১৭০০ মহিলা: কংগ্ৰেছ





    ২০১৬ৰ ২১১ আসনৰ পৰা অৱনমিত হ’ব TMC৷ ৩ আসনৰপৰা ১০২ আসনলৈ বৃদ্ধি পাব বিজেপিৰ শক্তি৷ কংগ্ৰেছ, বাওঁ শক্তিক সৰ্বাধিক ৩০ আসন দিছে সমীক্ষাটোৱে৷





    আৰু পঢ়িব পাৰিব : কংগ্ৰেছ-এআইইউডিএফে মিত্ৰতা কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয়: ৰণজিৎ দাস





    কেৱল TMC-BJPএ শতকৰ ঘৰ অতিক্ৰম কৰাৰ ইংগিত ABP-C ভোটাৰৰ৷