comScore
  • প্ৰধানমন্ত্ৰী মোদীক আদৰণি নজনালে তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৱে: বিজেপিৰ সমালোচনা

    ৰাজনৈতিক
    প্ৰধানমন্ত্ৰী মোদীক আদৰণি নজনালে তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৱে: বিজেপিৰ সমালোচনা
    ডিজিটেল ডেস্ক: তেলেংগানা ৰাষ্ট্ৰ সমিতি (টিআৰএছ) দলৰ কাৰ্যকৰী সভাপতি তথা পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন মন্ত্ৰী (এমএ এণ্ড ইউডি) কেটি ৰামা ৰাওৱে আজি প্ৰধানমন্ত্ৰী মোদীক ‘পক্ষপাতিত্বৰ আইকন’ বুলি অভিহিত কৰি সমালোচনা কৰিছে৷ টুইটাৰৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে লিখিছে, ‘আইকন অব্ পাৰ্টিলিটি’য়ে ‘ষ্টেচু অব্ ইকুৱেলিটি’ উন্মোচন কৰে। এয়া এক বিড়ম্বনা!

    উল্লেখযোগ্য যে, শনিবাৰে প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদত ‘সমতাৰ প্ৰতিমূৰ্তি’ উন্মোচন কৰে। লক্ষণীয়ভাৱে, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু শাসকীয় টিআৰএছ দলৰ আন সকলো মন্ত্ৰী কালি উদ্বোধনী অনুষ্ঠানৰ পৰা আঁতৰি আছিল, য’ত প্ৰধানমন্ত্ৰী মুখ্য অতিথি হিচাপে আছিল। ভাৰতীয় জনতা পাৰ্টীয়ে অনুষ্ঠানটোত উপস্থিত নোহোৱাৰ বাবে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক সমালোচনা কৰিছিল। দলটোৰ মুখপাত্ৰ কৃষ্ণ সাগৰ ৰাৱে কয়, প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰী ৰাওৱে অভ্যর্থনা নকৰাতো মুখ্যমন্ত্ৰীৰ বাবে অশোভনীয়৷

    বিজেপিয়ে দাবী কৰিছে যে টিআৰএছ মুৰব্বীৰ ‘গেম প্লেন’ হৈছে প্ৰধানমন্ত্ৰী মোদীৰৰ ওপৰত ভিত্তিহীন আক্ৰমণত লিপ্ত হৈ আঞ্চলিক উৎসাহ আৰু অনুভূতি প্ৰজ্জ্বলিত কৰা আৰু দাবী কৰে যে ই কোনো ফলাফল লাভ নকৰে।
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88 situs sabung ayam