Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
গুৱাহাটী : বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী৷ এনে সময়তেই দলসমূহে ঘোষণা কৰিছে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকাসমূহ৷ মঙলবাৰে ২১টা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে৷ প্ৰাৰ্থীসমূহ হৈছে- পূব গুৱাহাটীত প্ৰাৰ্থিত্ব প্ৰদান অসীমা বৰদলৈক, ধৰ্মপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী৷
আৰু পঢ়িব পাৰিব : ৩ কিশোৰক গছত বান্ধি শাস্তি একাংশ মৰেল পুলিচৰ
বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, পাটাছাৰকুছিত শান্তনু শৰ্মা, দক্ষিণ শালমৰাত ৱাজেদ আলী চৌধুৰী, গোলকগঞ্জত আব্দুছ ছোবাহন আলী সৰকাৰ, বঙাইগাঁৱত শংকৰপ্ৰসাদ ৰয়, দুধনৈত যাদৱ স্বৰ্গীয়াৰী, উত্তৰ অভয়াপুৰীত আব্দুল বাতিম খণ্ডাকাৰ, দক্ষিণ অভয়াপুৰীত প্ৰদীপ সৰকাৰ, পূব গোৱালপাৰাত আব্দুল কালাম ৰছিদ আলম, পশ্চিম গোৱালপাৰাত আব্দুৰ ৰছিদ মণ্ডল, জলেশ্বৰত আফতাবউদ্দিন মোল্লা, বাঘবৰত পুনৰ প্ৰাৰ্থিত্ব শ্বেৰমান আলী আহমেদক, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰ,
আৰু পঢ়িব পাৰিব : অবৈধ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ২ ককাই-ভাই
চেঙাত প্ৰাৰ্থিত্ব প্ৰদান শুকুৰ আলী আহমেদক, বকোত নন্দিতা দাস, ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদ, পলাশবাৰীত যতীন মালী, জালুকবাৰীত ৰমেন বৰঠাকুৰ, দিছপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী মনজিৎ মহন্ত৷ আনহাতে এতিয়ালৈ ঘোষণা কৰা নাই হাজো, পশ্চিম গুৱাহাটী, বৰপেটাৰ প্ৰাৰ্থৰ নাম৷
Leave A Comment