comScore
  • ৰিপুন বৰাৰ কটাক্ষ! দেশক পুঁজিপতিৰ হাতত গতাই দি পুঁজিবাদৰ জন্ম দিছে কেন্দ্রীয় চৰকাৰে

    ৰাজনৈতিক
    ৰিপুন বৰাৰ কটাক্ষ! দেশক পুঁজিপতিৰ হাতত গতাই দি পুঁজিবাদৰ জন্ম দিছে কেন্দ্রীয় চৰকাৰে
    ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই আজি গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদমেলত দেশৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে। তেওঁ কয়, প্ৰধানমন্ত্ৰী মোদীৰ অদক্ষতাৰ বাবে দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে। দেশৰ অৰ্থনীতি একাংশ মুষ্টিমেয় পুঁজিপতিৰ হাতত গতাই দিয়াৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আকাশলংঘী হৈছে। পুঁজিপতিসকলৰ মুঠ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে আৰু দৰিদ্ৰসকল অতিশয় দৰিদ্ৰ হ’বলৈ গতি কৰিছে। দেশৰ অৰ্থনীতি বিধ্বস্ত হৈছে।

    সংবাদমেলত তেওঁ দেশৰ ভাগি পৰা অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলৰ হৈ প্ৰধানমন্ত্ৰী মোদীক বহুকেইটা পৰামৰ্শ আগবঢ়ায় সৰ্বসাধাৰণ ৰাইজৰ ওপৰত আৰোপ কৰা জিএচটি প্ৰত্যাহাৰ কৰিব লাগে। চৰকাৰে অতি শীঘ্ৰে পেট্ৰ’লজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ প্ৰত্যাহাৰ কৰিব লাগে। ক’ৰ্পৰেট কৰ হ্ৰাস কৰা প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিব লাগে। পুঁজিপতিসকলৰ ওপৰত পূৰ্বে বলৱৎ থকা ৱেল্থ টেক্স পুনৰ বলৱৎহ কৰা উচিত। ৰাষ্ট্ৰীয় নূন্যতম মজুৰি বৰ্তমানৰ ১৭৮টকাৰ পৰা মূল্যমানৰ লগত সংগতি ৰাখি বৃদ্ধি কৰি শ্ৰমিকসকলৰ উপাৰ্জন বৃদ্ধি কৰিব লাগে। সকলোবিলাক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা জিএছটি সৰলীকৰণ কৰিব লাগে। ব্যাপকভাৱে কৰ্ম-সংস্থাপন সৃষ্টি কৰি নিবনুৱা সমস্যা লাঘৱ কৰিব লাগে। কৰ’না মহামাৰীৰত ক্ষতিগ্ৰস্ত সকলো ব্যৱসায়ী, শ্ৰমিক, আৰু কৃষকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকৰ ভাগি পৰা অৰ্থনীতি পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে- আদি পৰামৰ্শসমূহ যদিহে প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰে তেন্তে দেশত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দিনৰ অৰ্থনৈতিক অৱস্থা ঘূৰি আহিব বুলি মন্তব্য কৰে ৰিপুন বৰাই।
    scatter hitamslot thailandmpo slotsv388sabung ayam onlinemahjong ways 2agen bolasabung ayam onlineindojawa88akun pro thailandslot777link sabung ayam onlinesitus sabung ayam online 24 jambocoran scatter hitamlive casino onlinelink mahjong ways 2 terbaruscatter hitam mahjong wins 3link sbobetsabung ayam online terpercayasitus mix parlayakun vipsabung ayam online resmihttps://baliprodesign.com/ https://www.bhumisangtu.com/auth/dex/https://www.satudatadesa.com/https://www.bhumisangtu.com/auth/dir/https://www.bhumisangtu.com/auth/dist/https://scop3group.com/bin/lang/https://scop3group.com/bin/text/https://scop3group.com/bin/core/https://ipmmakassar.or.id/lib/h5p/Link Demo Mahjong Ways 2link agen sbobet loginLink Agen Sabung Ayam Onlinesbobetscatter hitamsv388mix parlaysabung ayam onlinesitus slot thailandLive Casino OnlineScatter HitamSV388Mix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter HitamSV388sv388slot gacoragen sabung ayamsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong ways