• ‘মই কেৱল ত্ৰিপুৰাৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ’ : প্ৰতিমা ভৌমিক

    ৰাজনৈতিক
    ‘মই কেৱল ত্ৰিপুৰাৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ’ :  প্ৰতিমা ভৌমিক

    গুৱাহাটী: দিল্লীত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত ত্ৰিপুৰাৰ সাংসদ প্ৰতিমা ভৌমিকৰ৷ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতেই সাংবাদিকৰে সৈতে প্ৰথমবাৰলৈ মত-বিনিময় কৰে ভৌমিকে। ‘মই কেৱল ত্ৰিপুৰাৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ’- বুলি পৰিচয় দিলে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে৷





    ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰাৰ বাবে আনন্দৰ বৈন্যা সমগ্ৰ ৰাজ্যখনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত৷ প্ৰতিমা ভৌমিকক এই দায়িত্ব দিয়া বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী ভৌমিকে সদৰী কৰে যে, তেওঁ প্ৰধানকৈ গুৰুত্ব দিব দিব্যাংগৰ সম-উন্নয়ন আৰু দক্ষতা বিকাশত। সমাজৰ পিছপৰা শ্ৰেণীৰ লোকক সমানে আগুৱাই যোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব ভৌমিকে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ আশ্বাস মন্ত্ৰীগৰাকীৰ। নাৰী সৰবৰাহ আৰু নাৰীকেন্দ্ৰিক অপৰাধ ৰোধৰ ক্ষেত্ৰতো কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নজৰ ৰাখিব বুলি ক'লে মন্ত্ৰীগৰাকীয়ে।


    sabung ayam onlinelive baccaratstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2sabung ayam onlinesabung ayam online