comScore
  • ৰেচন দোকানত প্ৰধানমন্ত্ৰীৰ ফটো লগাবলৈ নিৰ্দেশ দিছিল বিত্ত মন্ত্ৰীয়ে টি আৰ এছৰ সমৰ্থকে চিলিণ্ডাৰত মোদীৰ ফটো লগাই কৰিলে প্ৰতিবাদ

    ৰাজনৈতিক
    ৰেচন দোকানত প্ৰধানমন্ত্ৰীৰ ফটো লগাবলৈ নিৰ্দেশ দিছিল বিত্ত মন্ত্ৰীয়ে  টি আৰ এছৰ  সমৰ্থকে চিলিণ্ডাৰত মোদীৰ ফটো লগাই কৰিলে প্ৰতিবাদ
    ডিজিটেল ডেস্ক
    কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেলেংগানাৰ এখন ৰেচন দোকানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি থকা  ফ্লেক্স বেনাৰ স্থাপন কৰিব লাগে বুলি দাবী কৰাৰ  এদিন পিছতে ৩ ছেপ্তেম্বৰত তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) সমৰ্থকসকলে এল পি জি চিলিণ্ডাৰৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মুখৰ ছবি  সংলগ্ন  কৰি  চিলিণ্ডাৰৰ বৰ্ধিত মূল্যৰ বাবে প্ৰধানমন্ত্ৰীক কৃতিত্ব দিয়ে।

     মোডীৰ ফটো লগাই থোৱা প্ৰতিটো চিলিণ্ডাৰৰ মূল্য আছিল  ১,১০৫ টকা৷  সংগঠনটোৱে  যোৱা আঠ বছৰত ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰীক উপহাস কৰিছিল।
    টিআৰএছ নেতাসকলে আঙুলিয়াই দিছিল যে ২০১৪ চনত মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত এল পি জিৰ মূল্য মাত্ৰ ৪১০ টকা আছিল।  মোদীৰ ছবি লগাই থোৱা চিলিণ্ডাৰৰ  ভিডিঅ' শ্বেয়াৰ কৰি টি আৰ এছৰ ছ'চিয়েল মিডিয়া আহ্বায়ক এম কৃশাঙ্কে নিৰ্মলা সীতা ৰমণকো কটাক্ষ কৰে৷  

     বিনামূলীয়াকৈ ভাৰতৰ  মানুহক সকলো দিয়াৰ পিছত, বিজেপি কৰ্মীসকলে প্ৰধানমন্ত্ৰীৰ  এখন ফটো ৰাখিবলৈ ক’লে  আপত্তি কৰাৰ কোনো থল নাই বুলি  মন্তব্য দিছিল নিৰ্মলা সীতাৰমণে৷ 

    কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত জিতেশ পেটেলকো  প্ৰধানমন্ত্ৰীৰ ফটোৰ বাবেই  দুৰ্ব্যৱহাৰ কৰিছিল৷  তেওঁৰ এই আচৰণত অসন্তুষ্টি প্ৰকাশ কৰিছে তেলেংগানাৰ মন্ত্ৰী কে টি ৰামা ৰাওয়ে৷  

    প্ৰধানমন্ত্ৰী মোদীৰ ফ্লেক্স বেনাৰ এখনৰ বাবেই অশোভনীয় আচৰণ প্ৰদৰ্শন কৰা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীক তেলেংগানাৰ বিত্ত মন্ত্ৰী টি হৰিশ ৰাৱেও  সমালোচনা কৰে৷ ইয়াক হাস্যকৰ বুলি অভিহিত কৰি ৰাওৱে কয় যে, এনে দাবীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ দুৰ্বল কৰি তুলিব৷ 

    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88 situs sabung ayam