North East
World Bank has given fund of $9.3 billion for creating employment opportunities for the youth and women across the world…
Digital Desk: The World Bank has sanctioned
ডিজিটেল ডেস্কঃ ভাৰত জোড়ো
যাত্ৰাৰ সমানেই চৰ্চাত আছিল
কংগ্ৰেছ যুৱৰাজ ৰাহুল
গান্ধীয়ে পিন্ধা টি-
চাৰ্ট আৰু জিনছ
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">। ব্যাপক
চৰ্চা
mso-hansi-font-family:GeetanjaliUni;mso-bidi-font-family:Vrinda;mso-bidi-theme-font:
minor-bidi;mso-bidi-language:AS"> চলিছিল ৰাহুল গান্ধীৰ
নতুন ৰূপক লৈও। প্ৰৱল শীত প্ৰবাহৰ
মাজতো ৰাহুল গান্ধীয়ে পৰিধান কৰিছিল টি- চাৰ্ট
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">। ৰাহুল
গান্ধীয়ে গোটেই যাত্ৰাকাল টি- চাৰ্ট
পৰিধান কৰিয়েই পাৰ কৰিছিল
GeetanjaliUni;mso-bidi-language:HI">। তাকে লৈও প্ৰশ্ন
উত্থাপন কৰিছিল একাংশ
বিজেপি
নেতাই GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">।
অৱশেষত ৰাহুল গান্ধীয়ে
প্ৰকাশ কৰিলে টি-চাৰ্ট পৰিধানৰ
আঁৰৰ কাহিনী
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">। আজি
ভাৰত জোড়ো যাত্ৰাৰ অন্তিমটো
দিনত এই কথা প্ৰকাশ
কৰে কংগ্ৰেছ নেতাগৰাকীয়ে
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">। যাত্ৰাকালত
তেওঁ ৩ টাকৈ দৰিদ্ৰ
শিশুক লগ পাইছিল
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">। প্ৰচণ্ড
শীততো সেই শিশুকেইটিৰ গাত
নাছিল ছুৱেটাৰ অথবা আন কোনো
গৰম কাপোৰ
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">। শীতৰ
পৰা পৰিত্ৰাণ পাবলৈ শিশুকেইটিয়ে
পৰিধান কৰিছিল সাধাৰণ পোছাক
mso-ascii-font-family:GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;
mso-bidi-language:HI">। যি কথাই বাৰুকৈয়ে প্ৰভাৱিত
কৰে ৰাহুল গান্ধীক
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">।
সেই দিনাই তেওঁ সমগ্ৰ
যাত্ৰাকালত প্ৰচণ্ড শীতকো নেওচি
টি-চাৰ্ট
পৰিধানৰ সিদ্ধান্ত লৈছিল
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">। আজি
শ্ৰীনগৰত এখন জনসভা সম্বোধন
কৰি এই বাখ্যাই আগবঢ়ায়
কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে
mso-ascii-font-family:GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;
mso-bidi-language:HI">।
উল্লেখযোগ্য যে, প্ৰথমাৱস্থাত বিজেপিয়ে প্ৰশ্ন তুলিছিল
ৰাহুলে পৰিধান কৰা টি-চাৰ্টৰ
মূল্যক লৈ
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">। ৰাহুল
গান্ধীৰ টি-চাৰ্টটো কি ব্ৰেণ্ডৰ, মূল্য
কিমান আদিক লৈ ছ'চিয়েল
মিডিয়াতো চলিছিল ব্যাপক চৰ্চা
mso-ascii-font-family:GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;
mso-bidi-language:HI">।
GeetanjaliUni;mso-bidi-font-family:Vrinda;mso-bidi-theme-font:minor-bidi;
mso-bidi-language:AS"> ৰাহুল গান্ধীৰ এই শক্তিৰ
আঁৰত কি কাৰণ আছে
তাৰো বাখ্যা আগবঢ়ায় একাংশ
বিজেপি নেতাই
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">। এখোপ
আগবাঢ়ি গৈ উত্তৰ প্ৰদেশৰ
স্বাস্থ্যমন্ত্ৰীয়ে আওপকীয়াকৈ ৰাহুলে ড্ৰাগছ
লয় বুলিও সন্দেহ প্ৰকাশ
কৰে
GeetanjaliUni;mso-bidi-language:HI">।
অৱশেষত শ্ৰী নগৰত
আজি অন্ত পৰিল বহু
চৰ্চিত ভাৰত জোড়ো যাত্ৰাৰ
mso-ascii-font-family:GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;
mso-bidi-language:HI">। ১৪৫ দিনীয়া এই পদযাত্ৰাত
যেন নতুন ৰূপত আত্মপ্ৰকাশ
ঘটিল ৰাহুল গান্ধীৰ
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-language:HI">।
GeetanjaliUni;mso-hansi-font-family:GeetanjaliUni;mso-bidi-font-family:Vrinda;
mso-bidi-theme-font:minor-bidi;mso-bidi-language:AS">
Leave A Comment