• মোদীক ক্লীনশ্বীট উচ্চতম ন্যায়ালয়ৰ; দুটা দশক পূৰ্বে কি হৈছিল গুজৰাটত?

    ৰাজনৈতিক
    মোদীক ক্লীনশ্বীট উচ্চতম ন্যায়ালয়ৰ; দুটা দশক পূৰ্বে কি হৈছিল গুজৰাটত?
    ডিজিটেল ডেস্ক: আজি উচ্চতম ন্যায়ালয়ে ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিষয়া আৰু ৰাজনীতিবিদকে ধৰি আন ৬৩গৰাকীৰ বিৰুদ্ধে কংগ্ৰেছ নেতা এহছান জাফৰীৰ পত্নী জাকিয়া জাফৰীৰ দাখিল কৰা আবেদন খাৰিজ কৰে। তিনিজনীয়া বিচাৰপীঠে কয় যে আপীলটো যোগ্যতাহীন আছিল আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত বিশেষ তদন্তকাৰী দল বা প্ৰধানমন্ত্ৰী মোদী আৰু অন্যান্যসকলক এছআইটিৰ ক্লীনশ্বীট গ্ৰহণ কৰাৰ বাবে মেট্ৰ’পলিটান মেজিষ্ট্ৰেট আৰু পাছত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তবোৰ বাহাল ৰাখিছে।

    বিচাৰপীঠে কৈছে যে এনেধৰণৰ প্ৰক্ৰিয়াৰ অপব্যৱহাৰৰ সৈতে জড়িতসকলে কাঠগড়াত থাকিব লাগিব আৰু আইনৰ সন্মুখীন হ’ব লাগিব৷

    কি হৈছিল গুজৰাটত?
    ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধৰাত অযোধ্যাৰ পৰা উভতি অহা কাৰসেৱকসকলক কঢ়িয়াই অনা সাবৰমতী এক্সপ্ৰেছৰ এটা ডবা জ্বলাই দিয়াৰ ফলত ৫৮জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ ফলত সমগ্ৰ ৰাজ্যতে বৃহৎ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল, যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিবলৈ বাধ্য হৈছিল সেনা বাহিনী৷ 

    চৰকাৰী তথ্য অনুসৰি এইটো ভাৰতৰ ইতিহাসৰ আটাইতকৈ লোমহৰ্ষক সাম্প্ৰদায়িক হিংসাৰ ভিতৰত এটা আছিল, য’ত ৭৯০জন মুছলমান, ২৫৪ জন হিন্দুসহ ১,০৪৪ জন লোক নিহত হৈছিল। ধৰ্ষণ, লুণ্ঠন, সম্পত্তি ধ্বংস, ঘৰ আৰু দোকান জ্বলাই দিয়াৰ খবৰো পোৱা গৈছিল। প্ৰায় ২ লক্ষাধিক লোক হৈ পৰিছিল স্থানচ্যুত৷ তেওঁলোকৰ বহুতে তেওঁলোকৰ ঘৰলৈ ঘূৰি যাব পৰা নাছিল৷ গৃহহীন হৈ পৰিছিল৷


    জাকিয়া জাফৰি গোচৰ কি?
    সাবৰমতী এক্সপ্ৰেছ জ্বলাৰ এদিন পাছতে আহমেদাবাদৰ হাউচিং কমপ্লেক্স গুলবাৰ্গ ছ’চাইটিত জনতাই আক্ৰমণ কৰে য’ত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ এহছান জাফৰীকে ধৰি ৬৯জন লোক নিহত হৈছিল। গুলবাৰ্গ ছ’চাইটি বাংলো আৰু এপাৰ্টমেণ্ট অট্টালিকাৰ এটা গোট আছিল য’ত বেছিভাগ মুছলমান লোকে বাস কৰিছিল। নৰোদা পাটিয়া আৰু বেষ্ট বেকাৰী আন দুখন ঠাই আছিল য’ত গণহত্যা সংঘটিত হৈছিল। ২০০৬ চনত জাকিয়া জাফৰীয়ে গুজৰাট আৰক্ষীক মোদীকে ধৰি কিছুমান বিষয়া আৰু ৰাজনীতিবিদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আহ্বান জনায়, মোদী সেই সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল। তেওঁ অভিযোগ কৰিছিল যে ৰাজ্য চৰকাৰে সংঘৰ্ষ প্ৰতিৰোধ কৰিবলৈ আৰু তেওঁৰ স্বামীকে ধৰি লোকসকলৰ জীৱন বচাবলৈ পৰ্যাপ্ত পৰিমাণে কাম কৰা নাছিল।
     ২০০৮ চনত, উচ্চতম ন্যায়ালয়ে সংঘৰ্ষৰ বিচাৰৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ আৰু জাফৰীৰ অভিযোগৰ তদন্ত কৰিবলৈ এছ.আই.টি. নিযুক্ত কৰিছিল।

    ২০১২ চনত, এছ.আই.টি.য়ে মোদী আৰু আনসকলক কোনো মোকৰ্দমাযোগ্য প্ৰমাণ নাই বুলি উল্লেখ কৰি ক্লীনশ্বীট দিছিল আৰু ইয়াৰ বন্ধখামৰ প্ৰতিবেদন দণ্ডাধীশৰ ওচৰত দাখিল কৰিছিল। ২০১৩ চনত, জাফৰীয়ে বন্ধ প্ৰতিবেদনৰ বিৰোধিতা কৰি এখন আবেদন দাখিল কৰিছিল। দণ্ডাধীশে এছআইটিৰ বন্ধখামৰ প্ৰতিবেদন বাহাল ৰাখিছিল আৰু তেওঁৰ আবেদন খাৰিজ কৰিছিল।
    তাৰ পাছত তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল যিয়ে ২০১৭ চনত দণ্ডাধীশৰ সিদ্ধান্তক বাহাল ৰাখিছিল।

    ২০১৪ চনত মোদী প্ৰধানমন্ত্ৰী হৈছিল। ২০১৮ চনত জাফৰী আৰু এক্টিভিষ্ট তিস্তা চেতলৱাডে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু কৈছিল যে এছআইটিয়ে উপলব্ধ সকলো সামগ্ৰী পৰীক্ষা কৰা নাছিল, ইয়াৰ তদন্তত পক্ষপাতদুষ্টতা আছিল আৰু অনুসন্ধানকাৰীসকলে নিজেই তদন্তৰ সন্মুখীন হোৱা উচিত।
    শুনানিৰ সময়ত, গুজৰাট ৰাজ্যই অভিযোগসমূহ অস্বীকাৰ কৰে আৰু কয় যে চেতলৱাদে, যি নিজে সংঘৰ্ষপীড়িতসকলৰ কল্যাণৰ বাবে দান কৰা ধন আত্মসাৎ কৰিছিল৷

    প্ৰধানমন্ত্ৰী মোদীৰ নাম
    জাফৰী আৰু চেতলৱাড়ৰ অধিবক্তা কপিল চিব্বলে যুক্তি দিছিল যে মোদীৰ বিৰুদ্ধে অভিযোগবোৰ গুজৰাটৰ প্ৰাক্তন আৰক্ষী বিষয়া সঞ্জীৱ ভাটৰ ওপৰত আধাৰিত আছিল, যিয়ে এক গুৰুত্বপূৰ্ণ চৰকাৰী বৈঠকত উপস্থিত থকা বুলি দাবী কৰিছিল। এছ.আই.টি.য়ে সিদ্ধান্ত লৈছিল যে ভট্ট বৈঠকত নাছিল আৰু সেয়েহে, অভিযোগবোৰ নিশ্চিত কৰাৰ আন কোনো উপায় নাছিল। আৰু দণ্ডাধীশ আৰু উচ্চ ন্যায়ালয়ৰ পাছত উচ্চতম ন্যায়ালয়ে এছ.আই.টি.ৰ ক্লীনশ্বীটকে বাহাল ৰাখিছে৷
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388Slot Thailandsabung ayam sv388 ws168sbobet88 mix parlayagen resmi casino online